The News Source

Dhubri Congress Ticket controversy as grassroots workers support Rezaul Islam

ধুবুৰী কংগ্ৰেছত প্ৰাৰ্থিত্বক লৈ গৃহকন্দল: ‘স্বঘোষিত’ প্ৰাৰ্থীৰ দপদপনিৰ মাজত তৃণমূলৰ আশাৰ ৰেঙণি ৰেজাউল ইছলাম

ধুবুৰী কংগ্ৰেছত প্ৰাৰ্থিত্বক লৈ গৃহকন্দল । তৃণমূল কৰ্মীৰ সমৰ্থনত ধুবুৰী বিধানসভা সমষ্টিৰ বাবে আগবাঢ়িছে ৰেজাউল ইছলামে( ৰিংকু)- Dhubri Congress Ticket

Assam Education Transfer order issued by state education department

ৰাজ্যৰ শিক্ষা বিভাগত ব্যাপক সালসলনি; বহু কেইগৰাকী শিক্ষা বিষয়াক বদলি

অসম চৰকাৰৰ শিক্ষা বিভাগত ব্যাপক বদলি(Assam Education Transfer)। বহুকেইগৰাকী জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু শিক্ষা বিষয়াক নতুন দায়িত্ব দিয়া হৈছে। জানক কোন বিষয়া কোন জিলালৈ বদলি হ’ল।

Leaflet Arrest Assam case: Four youths arrested by Dispur police over anti-CM leaflets in Guwahati

মুখ্যমন্ত্ৰীক বিৰুদ্ধে অভিযোগ থকা লিফলেট বিতৰণৰ অভিযোগত চাৰিজনক গ্ৰেপ্তাৰ

মুখ্যমন্ত্ৰীক বিৰুদ্ধে অভিযোগ উল্লেখ থকা লিফলেট বিতৰণৰ অভিযোগত চাৰিজনক গ্ৰেপ্তাৰ। ধৃত লোককেইজন কংগ্ৰেছী বিধায়ক আছিফ নজৰৰ ঘনিষ্ঠ। ঘটনা সম্পৰ্কত এখন ট্ৰাকো জব্দ।- Leaflet Arrest Assam

AICSU Conference 2026 Guwahati Chakma Students event

গুৱাহাটীত সফল সামৰণি AICSU-ৰ তৃতীয় বাৰ্ষিক সন্মিলনৰ: চাকমা ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰদ্যোৎ দেববৰ্মাৰ বিশেষ জলপানি ঘোষণা

"পৰিচয়, ছাত্ৰ নেতৃত্ব, সামগ্ৰিক উন্নয়ন আৰু গণতান্ত্ৰিক সংলাপ" — এই মূল মন্ত্ৰৰে গুৱাহাটীৰ শিল্পগ্ৰামস্থিত NEZCC প্ৰেক্ষাগৃহত ৬ আৰু ৭ মাৰ্চত অনুষ্ঠিত হোৱা সদৌ ভাৰত চাকমা ছাত্ৰ ইউনিয়নৰ (AICSU) দুদিনীয়া তৃতীয়…

IAF Su-30 MKI Fighter Jet Crashes in Karbi Anglong, Assam

কাৰ্বি আংলং সীমান্তত বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত: বৰ্তমানেও সন্ধান নাই পাইলটৰ

গোলাঘাট কাৰ্বিআংলং সীমান্তৰ চকীহোলাত যুঁজাৰু বিমান দূৰ্ঘটনাগ্ৰস্ত। সাত বজাত আকাশৰ পৰা খহি বিকট শব্দৰ সৃষ্টি।

Viral Laughing Boy Arun Kumar

ইণ্টাৰনেট কঁপোৱা সেই ‘হাঁহিটোৰ’ আৰঁৰ সংগ্ৰাম: ট্ৰাক ক্লিনাৰৰ পৰা মেট্ৰিক পাছ কৰালৈ অৰুণৰ জয়যাত্ৰা

ইণ্টাৰনেট কঁপোৱা সেই 'হাঁহিটোৰ' গৰাকী অৰুণৰ জীৱন সলনি কৰি দিলে এটা মাত্ৰ ভিডিঅ'ই। দৰিদ্ৰতাক নেওচি কেনেকৈ তেওঁ দশম শ্ৰেণী পাছ কৰিলে? পঢ়ক তেওঁৰ এই আৱেগিক আৰু অনুপ্ৰেৰণামূলক কাহিনী। Viral Laughing…

Dhubri Congress Crisis as three self-declared candidates create unrest

ধুবুৰীত কংগ্ৰেছৰ হাহাকাৰ: তিনিজন ‘স্বঘোষিত’ প্ৰাৰ্থীৰ বাবে তৃণমূল কৰ্মীৰ মাজত তীব্ৰ অসন্তুষ্টি

কাহিল হৈ পৰিছে ধুবুৰীত কংগ্ৰেছৰ অৱস্থা! নিৰ্বাচনী টিকটৰ বাবে তিনিজন ‘স্বঘোষিত প্ৰাৰ্থী’ৰ মাজত তীব্ৰ যুঁজ । - Dhubri Congress Crisis

Disability Awareness Camp organised at Puronigudam in Nagaon district

পুৰণিগুদামত বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে সজাগতা আৰু মূল্যায়ন শিবিৰ সম্পন্ন

শ্ৰী শিৰডী ছাইবাবা সেৱা ট্ৰাষ্ট, নগাঁও-ৰ সক্ৰিয় সহযোগত ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু অধিকাৰিতা মন্ত্ৰালয়ৰ অধীনস্থ বিশেষভাৱে সক্ষম ব্যক্তি (দিব্যাংজন) সবলীকৰণ বিভাগৰ উদ্যোগত পুৰণিগুদামত অনুষ্ঠিত হয় বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে…

Police Attack in Zubeen Kshetra Sonapur

সোণাপুৰৰ জুবিন ক্ষেত্ৰত কৰ্তব্যৰত আৰক্ষীৰ ওপৰত আক্ৰমণঃ তিনিজন মাতাল যুৱক গ্ৰেপ্তাৰ

সোণাপুৰৰ জুবিন ক্ষেত্ৰত কৰ্তব্যৰত আৰক্ষীৰ ওপৰত আক্ৰমণ। তিনিজন মাতাল যুৱক গ্ৰেপ্তাৰ। মহিলা আৰক্ষীৰ সৈতে অমাৰ্জিত ব্যৱহাৰ আৰু এজন আৰক্ষীক কামুৰি আঘাত কৰাৰ অভিযোগ। -Police Attack in Zubeen Kshetra

Political tension between AGP and BJP over Barhampur seat in Assam

বঢ়মপুৰ বিধানসভা সমষ্টিক অগপ বিজেপিৰ মিত্ৰতাত ফাট!

বঢ়মপুৰ বিধানসভা সমষ্টিক অগপ বিজেপিৰ মিত্ৰতাত ফাট ! কেশৱ মহন্তক চাপ সৃষ্টিৰ বাবে কলিয়াবৰত সক্ৰিয় হৈছে বিজেপি। অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ কৰিব নগাঁও জিলাত অগপৰ ভৱিষ্যত।-…

Assam Congress Crisis after Bhupen Borah resignation from APCC

অসম প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাতঃ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগ

অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগ(Bhupen Borah Resigns)। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ। স্বাভিমানৰ প্ৰশ্ন আহিছে বুলি মন্তব্য ভূপেন বৰাৰ।

Modi Assam Visit as PM Narendra Modi lands at Moran Emergency Landing Facility in Dibrugarh

ডিব্ৰুগড় জিলাৰ মৰাণত উত্তৰ-পূবৰ প্ৰথম জৰুৰী অৱতৰণ সুবিধাত প্ৰধানমন্ত্ৰীৰ অৱতৰণ

ডিব্ৰুগড়ৰ মৰাণৰ ৰাজপথত অৱতৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ইয়াৰ পিছতে গুৱাহাটীত উপস্থিত হৈ খানাপাৰাত আয়োজিত বুথ সন্মিলনত অংশ লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । - Modi Assam Visit