৮ বছৰৰ মূৰত এয়াৰ ইণ্ডিয়াৰ বিমানৰ তালিকাত অন্তৰ্ভুক্ত হ’ল নতুন ড্ৰীমলাইনাৰ
টাটা গ্ৰুপৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াই ৮ বছৰৰ পিছত প্ৰথমখন লাইন-ফিট বোয়িং ৭৮৭-৯ ড্ৰীমলাইনাৰ বিমান লাভ কৰিছে। এই বিমানখন অহা কেইদিনমানৰ ভিতৰতে ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। - Air India Dreamliner











