জাগুনত আলফাৰ আক্ৰমণ
জাগুনত আলফাৰ আক্ৰমণ। অসম আৰক্ষীৰ চাৰিজন কমাণ্ডো আহত। আলফা (স্বাধীন)ৰ দায়িত্ব স্বীকাৰ। 'অপাৰেচন বুজনি' নামৰে এই অভিযান।- ULFA Attack Assam
⫸ Fast. Fair. Fearless. ⫷
জাগুনত আলফাৰ আক্ৰমণ। অসম আৰক্ষীৰ চাৰিজন কমাণ্ডো আহত। আলফা (স্বাধীন)ৰ দায়িত্ব স্বীকাৰ। 'অপাৰেচন বুজনি' নামৰে এই অভিযান।- ULFA Attack Assam
অভি নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰপ্ৰক্ৰিয়াৰ শুনানি। মৰুণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে উন্মোচন কৰিছে নীল অভি হত্যাকাণ্ডৰ ভয়ংকৰ তথ্য। বহুবাৰ প্ৰহাৰ কৰাৰ চিন স্পষ্ট আছিল অভিজিৎ নিলোৎপলৰ শৰীৰত। Abhi Nil Murder Case
গুৱাহাটীত ৰেপিডো আৰোহীয়ে কঢ়িয়ালে নবজাতকৰ মৃতদেহ। মৃতদেহ কঢ়িয়াওৱা লোকজন নগাঁও জিলাৰ ধিঙৰ বাসিন্দা। আৰক্ষীৰ তদন্তত ওলাৰ প্ৰকৃত সত্য। Guwahati Rapido Incident
পৰিসমাপ্তিৰ দিশে ধাৱমান নীল-অভিৰ গোচৰ। এই জঘন্য কাণ্ড সংঘটিত কৰা সকলে কঠোৰতম শাস্তি পাবঃ জ্যেষ্ঠ অধিবক্তা বিজন মহাজন। অভি নীল হত্যাকাণ্ডৰ বিতং তথ্য সামৰি এক বিশেষ প্ৰতিবেদন। Nil Abhi Murder…
সোণাপুৰৰ জুবিন ক্ষেত্ৰত কৰ্তব্যৰত আৰক্ষীৰ ওপৰত আক্ৰমণ। তিনিজন মাতাল যুৱক গ্ৰেপ্তাৰ। মহিলা আৰক্ষীৰ সৈতে অমাৰ্জিত ব্যৱহাৰ আৰু এজন আৰক্ষীক কামুৰি আঘাত কৰাৰ অভিযোগ। -Police Attack in Zubeen Kshetra
অৰ্ণমাই বৰা হত্যাকাণ্ডৰ অভিযুক্তক পুনৰ গ্ৰেপ্তাৰ । উচ্চতম ন্যায়ালয়ৰ নির্দেশত পুনৰ গ্ৰেপ্তাৰ মইনুল হক। Arnami Bora Murder Case Update
জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নামত ভুৱা সামাজিক মাধ্যমত ভুৱা একাউণ্ট। বিভিন্নজনক প্ৰবঞ্চনাৰে ধন দাবী। লক্ষ্য কি ? দেৱাশীষ শৰ্মাক বদনামী কৰা নে প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ? Nagaon DC Fake Account Scam
ডিজিটেল গ্ৰেপ্তাৰৰ নামত প্ৰবঞ্চনা: চাইবাৰ অপৰাধী বিচাৰি অসমত অভিযান গোৱা আৰক্ষীৰ। ডিজিটেল গ্ৰেপ্তাৰৰ নামত আত্মসাৎ প্ৰায় ডেৰ কোটি টকা, দুজন গ্ৰেপ্তাৰ গোৱা আৰক্ষীৰ। Digital Arrest Scam
শিখা শৰ্মাৰ বিৰুদ্ধে গৰিমা শইকীয়া গাৰ্গৰ এজাহাৰ দাখিলৰ পাছতেই গ্ৰেপ্তাৰ শিখা শৰ্মা(Shikha Sarma Arrest)। জেৰাৰ বাবে দুদিনৰ আৰক্ষী জিম্মালৈ শিখা। সামাজিক মাধ্যমত জুবিন গাৰ্গৰ লগতে পৰিয়ালৰ বিৰুদ্ধে বিতৰ্কিত প'ষ্ট কৰি…
অন্ধ বিশ্বাসৰ কৰাল গ্ৰাসত নগাঁৱৰ উত্তৰ অঞ্চলৰ লোক। পুনৰ আবিৰ্ভাৱ ঘটিছে বাবাৰ। হাজাৰ হাজাৰ লোকৰ ভিৰ বাবাৰ দৰবাৰত। Pagla Baba Superstition Assam
হোজাইৰ লংকাত ভয়ংকৰ ঘটনা। মহিলাক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ। স্বামীৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ সৰ্বাত্ৰে চাঞ্চল্য। Lanka Gate woman burned alive
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান। অভিযানত ড্ৰাগছ ভৰ্তি ৭ টাকৈ কন্টেইনাৰসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী। Drug Peddler Arrested in Nagaon