মনোৰঞ্জন

Bollywood Actor Rajpal Yadav Surrenders at Tihar Jail in Check Bounce Case

তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ বলিউডৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰাজপাল যাদৱৰ

চেক বাউন্স গোচৰত অভিযুক্ত অভিনেতা ৰাজপাল যাদৱ। তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ যাদৱৰ। যাদৱৰ আবেদন খাৰিজ। Rajpal Yadav Tihar Jail Surrender

Koina Kanda Shil Nat Mahotsav Brings Theatre Alive on Marigaon Hills

শ্বলংকিৰিৰ উদ্যোগত কইনা কন্দা শিলত নাট মহোৎসৱ

পাহাৰৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশত নাট মহোৎসৱ। বঘৰা পাহাৰৰ কইনা কন্দা শিলত মঞ্চস্থ পদ্মপ্ৰিয়া নাট। Koina Kanda Shil Nat Mahotsav

Waheeda Rehman Dismisses Communal Angle in AR Rahman Bollywood Controversy

এ আৰ ৰহমানৰ সাম্প্ৰদায়িক বিভাজনৰ অভিযোগ নস্যাৎ প্ৰৱীন অভিনেত্ৰী ৱাহিদা ৰহমানৰ

চলচ্চিত্ৰ উদ্যোগটো ধৰ্মৰ ওপৰত নহয়, পৰিশ্ৰমৰ ওপৰতহে নিৰ্ভৰশীলঃ ৱাহিদা ৰহমান। এ আৰ ৰহমানৰ অভিযোগক নস্যাৎ। AR Rahman Bollywood Controversy

Amulya Manna Award Presented to Eminent Photographer Tapan Das in Nagaon

Amulya Manna Award: বিশিষ্ট আলোকচিত্ৰ শিল্পী তপন দাসক অমূল্য মান্না বঁটা প্ৰদান

বিশিষ্ট আলোকচিত্ৰ শিল্পী তপন দাসক প্ৰদান অমূল্য মান্না বঁটা। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট শিল্পীগৰাকীক প্ৰদান অমূল্য মান্না বঁটা। Amulya Manna Award

Child Drama Based on Zubeen Garg’s Song Highlights Pressure on Children

জুবিন গাৰ্গৰ গীতৰ আধাৰত মঞ্চস্থ শিশু নাট ‘পাৰ্থক বচালে প্ৰভু শ্ৰীকৃষ্ণই’

জুবিন গাৰ্গৰ গীতৰ আধাৰত শিশু নাট 'পাৰ্থক বচালে প্ৰভু শ্ৰীকৃষ্ণই'। ১৮ টি শিশুক মঞ্চত উপস্থাপন লক্ষ্যজ্যোতি শইকীয়াৰ। Assamese Child Drama

Zubeen Garg Death Probe: Singapore Court Reveals Shocking Details

মদ্যপান কৰি লাইফ জেকেট অবিহনে সাগৰত নমাৰ বাবেই জুবিন গাৰ্গৰ মৃত্যু হৈছিল: আদালতৰ চাঞ্চল্যকৰ তথ্য

Zubeen Garg drowning Singapore: জুবিনৰ তেজত পোৱা গৈছিল অত্যাধিক এলকহল, ছিংগাপুৰৰ আদালতৰ চাঞ্চল্যকৰ তথ্য ।

Tapan Das to be conferred Amulya Manna Photography Award 2026

আলোকচিত্ৰ শিল্পী তপন দাসলৈ অমূল্য মান্না আলোকচিত্ৰ বঁটা

এইবাৰ অসমৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী তপন দাসলৈ অমূল্য মান্না আলোকচিত্ৰ বঁটা আগবঢ়োৱা হ’ব। ১৯ জানুৱাৰীত নগাঁৱৰ কল্লোল ভৱনত আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰা হ’ব।- Amulya Manna Photography Award

Prashant Tamang Death: Indian Idol 3 Winner passes away at 43

ইণ্ডিয়ান আইডল ৩-ৰ বিজয়ী প্ৰশান্ত টামাঙৰ ৪৩ বছৰ বয়সত দেহাৱসান

ইণ্ডিয়ান আইডল ছিজন ৩ৰ বিজয়ী প্ৰশান্ত টামাঙৰ ৪৩ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটে (Prashant Tamang Death)। তেওঁৰ সংগীত, অভিনয় আৰু জীৱনৰ ওপৰত পঢ়ক এই প্ৰতিবেদন।

Assam Israel Film PIFF 2026 selected movie Murders Too Close Love Too Far

অসমত নিৰ্মিত ভাৰত-ইজৰাইলৰ যৌথ প্ৰযোজনাৰ ছবিৰ আন্তঃৰাষ্ট্ৰীয় সফলতা

অসমত নিৰ্মিত ভাৰত-ইজৰাইলৰ যৌথ প্ৰযোজনাৰ ছবি Murders Too Close – Love Too Far পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৬লৈ নিৰ্বাচিত হৈছে। - Assam Israel Film PIFF 2026

Dhurandhar film faces ban in Middle East countries

ধুৰন্ধৰ-ক মধ্য-প্ৰাচ্যত নিষিদ্ধ কৰাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিছে ছবি নিৰ্মাতা সন্থাই

মধ্য-প্ৰাচ্যৰ কেইবাখনো দেশত ‘ধুৰন্ধৰ’ ছবিখন নিষিদ্ধ কৰাৰ পিছতে IMPPA-ই প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে। এই নিষেধাজ্ঞাক একপক্ষীয় বুলি অভিহিত কৰা হৈছে। - Dhurandhar Film Ban

Border 2 Ghar Kab Aaoge video song featuring Sunny Deol Varun Dhawan Diljit Dosanjh

বর্ডাৰ 2: এক ৰাষ্ট্ৰ, এক অনুভৱ, এক প্ৰশ্ন—घर कब आओगे

Border 2 ছবিখনৰ বহুল প্ৰতীক্ষিত গীত ‘घर कब आओगे’ৰ ভিডিঅ’ মুক্তি। চানী দেউল, বৰুণ ধাৱন, দিলজিৎ দোসাঞ্জ আৰু আহান শেঠীক দেখিবলৈ পাব একেলগে। আইকনিক ‘संदेशे आते हैं’ৰ নতুন সংস্কৰণ।