নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন
নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ সদস্য ডঃ অনিল শইকীয়াৰ। International Mother Language Day 2026
⫸ Fast. Fair. Fearless. ⫷
নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ সদস্য ডঃ অনিল শইকীয়াৰ। International Mother Language Day 2026
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ২৭ ফেব্ৰুৱাৰীত অজাপ-ৰ অৱস্থান ধৰ্মঘট। সংবাদ মেলত অসম জাতীয় পৰিষদৰ গুৰুতৰ অভিযোগ। জুবিন গাৰ্গৰ ন্যায় প্ৰদানত আন্তৰিকতা নাই চৰকাৰৰ। Zubeen Garg Justice Protest
জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে কোনে চলাইছে অপপ্ৰচাৰ? সঁচাকৈয়ে হাইকমাণ্ডৰ বৈঠক ত্যাগ কৰিছে নেকি প্ৰদ্যুৎ বৰদলৈয়ে? প্ৰকৃত সত্য কি? Pradyut Bordoloi BJP Join Rumour
অসমৰ শিক্ষা খণ্ডত নতুন নিয়ম।দূৰ্গম আৰু চৰাঞ্চলত শিক্ষক অভাৱ দূৰ কৰিবলৈ চৰকাৰৰ পদক্ষেপ । ৪,৫০০টা খালী পদৰ বাবে নথিপত্ৰ পৰীক্ষা চলি আছে। Assam Teacher Recruitment 2026
নগাঁও বৰঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৱাহাটী-মাজুলী অভিমুখী যাত্ৰীবাহী ট্ৰেভেলাৰ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল। ১১ জন যাত্ৰী আহত।- Road Accident in Nagaon Barghat
কাইটীয়া বাটেৰে যাত্ৰা কৰি অসম লোকসেৱা পৰীক্ষাত উজলিল ময়ুৰী শইকীয়া। APSC ত সফলতা লাভ কৰা ময়ুৰী শইকীয়াক লৈ উৎফুল্লিত এখন গাঁৱৰ ৰাইজ। APSC Success Story
কংগ্ৰেছক এৰি অন্য বিৰোধী দলসমূহৰ বৈঠক। মিত্ৰতা খৰতকীয়া কৰাৰ আহ্বান। ১৫ খন আসন বিচাৰিছে ৰাইজৰ দলে। Assam Opposition Alliance
ৰমজানৰ ৰোজা আৰম্ভ হোৱাৰ লগে লগেই নগাঁৱৰ বজাৰত বৃদ্ধি ফলমূলৰ দাম।প্ৰতিবিধ ফলমূলৰ দাম প্ৰতিকেজিত ৩০-৮০ টকা পৰ্যন্ত বৃদ্ধি। Ramadan Price Hike in Nagaon
কংগ্ৰেছৰ জনতাৰ অভিযোগনামা উন্মোচন।বিজেপি চৰকাৰৰ বিৰুদ্ধে ২০ টা অভিযোগ। সংবাদ মাধ্যমৰ বাক স্বাধীনতা খৰ্ব কৰাৰ অভিযোগ।- People’s Chargesheet Assam
দহ বছৰীয়া কাৰ্যকালত লামডিঙৰ উন্নয়নত ব্যৰ্থ বিধায়ক শিবু মিশ্ৰ! বিশুদ্ধ খোৱাপানীৰ বাবেও হাহাকাৰ ৰাইজৰ।- Lamding Development Failure
কংগ্ৰেছৰ স্ক্ৰিনিং সমিতিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধীৰ কংগ্ৰেছ কৰ্মীৰে প্ৰাৰ্থিত্বকলৈ আলোচনা। কামাখ্যা মন্দিৰত পূজা-অৰ্চনা।- Priyanka Gandhi Assam Visit
নিৰ্বাচনী তালিকা সংশোধনৰ পাছত কেৱল ৫০০ আবেদন। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কৰিলে সদৰী। ভোটগ্ৰহণৰ তাৰিখ নিৰ্ধাৰণৰ সময়ত ৰঙালী বিহুৰ দিশটোও বিবেচনা কৰা হ'ব।- Assam Voter List Revision 2026