যিজনৰ মান নাই তেওঁৰ মান হানি কেনেকৈঃ মুখ্যমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ
মুখ্যমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ। অসম আৰক্ষীয়ে ভূমিকাও দুৰ্ভাগ্যজনক আখ্যা। আমাৰ কণ্ঠৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী আদালতলৈ গৈছে। সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ। Assam Political Controversy

