শীৰ্ষ সংবাদ

Election Code Violation Sparks Row Over Campaign Inside Government School in Guwahati

চৰকাৰী বিদ্যালয়ত নিৰ্বাচনী প্ৰচাৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাৰঃ প্ৰতিক্ৰিয়া

চৰকাৰী বিদ্যালয়ত নিৰ্বাচনী প্ৰচাৰ চলাই বিতৰ্কত বিজেপি প্ৰাৰ্থী বিজয় গুপ্তা। চৰকাৰী বিদ্যালয় চৌহদত নিৰ্বাচনী প্ৰচাৰ চলোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থা, জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ।-Election Code Violation

Nagaon Election Security Tightened as Officials Visit Sensitive Polling Areas

নগাঁৱত নিৰ্বাচনী হিংসাৰ বিৰুদ্ধে তৎপৰ জিলা প্ৰশাসন

চামগুৰিৰ স্পৰ্শকাতৰ ভোট কেন্দ্ৰ পৰিদৰ্শন নগাঁও জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকৰ। ৰাইজক নিৰ্ভয়ে ভোটদানৰ আহ্বান জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ।-Nagaon Election Security

Nagaon Voter Awareness Campaign: DC Joins Cycle Rally to Boost Voter Participation

পেডেল মাৰি মাৰি নগাঁও চহৰ ভ্ৰমণ নগাঁও জিলা আয়ুক্তৰ, উদ্দ্যেশ্য ভোটাৰ সজাগতা

নগাঁৱত ভোটাৰ সজাগতাৰ উদ্দেশ্যে ৰাকেশ বণিকৰ নেতৃত্বত চাইকেল সমদল। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই চাইকেল চলাই ঘূৰিলে নগাঁও চহৰ।- Nagaon Voter Awareness Campaign

Election Preparedness Meeting Held in Nagaon to Ensure Free & Fair Polls

জিলা নিৰ্বাচনী বিষয়া, পৰ্যবেক্ষকৰ উপস্থিতিত আৰক্ষী আৰু অসামৰিক বিষয়াৰ যৌথ সভা

নগাঁৱত ডিচি,এছপি , পৰ্যবেক্ষকৰ উপস্থিতিত নিৰ্বাচনৰ দায়িত্বত থকা আৰক্ষী আৰু অসামৰিক বিষয়াৰ যৌথ সভা। উদ্দেশ্য স্বচ্ছ, নিৰপেক্ষ নিৰ্বাচন।-Election Preparedness Meeting Nagaon

Nagaon Fuel Sale Ban: Sale of Petrol & Diesel in Bottles Prohibited

নগাঁৱত বটল-পাত্ৰত নিষিদ্ধ পেট্ৰ’ল -ডিজেলৰ বিক্ৰী

ইন্ধনৰ বৰ্দ্ধিত চাহিদাক লৈ নগাঁও জিলা আয়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক। বটল-পাত্ৰত ল'ব নোৱাৰিব পেট্ৰ'ল -ডিজেল: দেৱাশীষ শৰ্মা।-Nagaon Fuel Sale Ban

Binnakandi Constituency Election 2026: High Stakes Battle for 14 Candidates

২,৬৮,৪৪৩ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব বিন্নাকান্দি সমষ্টিৰ ১৪ গৰাকী প্ৰাৰ্থীৰ, কি হ’ব আজমলৰ ভৱিষ্যত?

গৃহ সমষ্টি বিন্নাকান্দিত বদৰুদ্দিন আজমলৰ সন্মুখত অগ্নি পৰীক্ষা। অসন্তুষ্ট কংগ্ৰেছ কৰ্মীক সৈমান কৰাত ব্যস্ত অজাপৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰী। ২,৬৮,৪৪৩ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব বিন্নাকান্দি সমষ্টিৰ ১৪ গৰাকী প্ৰাৰ্থীৰ।-…

Fuel Shortage Rumor: Nagaon DC Conducts Midnight Inspection at Petrol Pumps

নিশা পেট্ৰ’ল পাম্পত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ আকস্মিক অভিযান

নগাঁৱত পেট্ৰল, ডিজেলৰ নাটনিৰ উৰাবাতৰি। নিশা পেট্ৰ'ল পাম্পত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ আকস্মিক পৰিদৰ্শন। নগাঁৱত অভাৱ হোৱা নাই তেলৰ, ৰাইজক শঙ্কিত নহ'বলৈ আহ্বান জিলা আয়ুক্তৰ।- Fuel Shortage Rumor

Assam Chief Secretary Ravi Kota Reviews Election Preparedness in Nagaon

নগাঁৱত মুখ্য সচিব ৰবি কোটাৰ নিৰ্বাচনী পৰ্যালোচনা

নগাঁৱত ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ। জিলা আয়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ মুখ্য সচিবৰ।- Nagaon Election Review

Upendra Borkotoky Book Launch Held in Nagaon

উপেন্দ্ৰ বৰকটকীৰ সেই সকলক কেনেকৈ পাহৰোঁ উন্মোচন

উপেন্দ্ৰ বৰকটকীৰ সেই সকলক কেনেকৈ পাহৰোঁ উন্মোচন । লেখক সকলে নিলিখি নোৱাৰে বাবেই লিখে : উপেন্দ্ৰ বৰকটকী-Upendra Borkotoky Book Launch

Nagaon Sahitya Sabha Celebrates Literary Day with Book Launch

নগাঁও জিলা সাহিত্য সভাৰ সাহিত্য দিৱস অনুষ্ঠান

নগাঁও জিলা সাহিত্য সভাৰ সাহিত্য দিৱস অনুষ্ঠান। মীনা বৰাৰ 'মৰিকলঙৰ পলস' উন্মোচন। লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষা সকলোৰে মুখৰ ভাষা কৰি গ’লঃ ড° শৰৎ বৰকটকীৰ।-Nagaon Sahitya Sabha Literary Day

Jitu Goswami Asset Growth: MLA’s Assets Rise by ₹7.20 Crore in 5 Years

পাঁচ বছৰত বিধায়ক জিতু গোস্বামীৰ বৃদ্ধি ৭ কোটি ২০ লাখ টকাৰ সম্পত্তি

পাঁচ বছৰত বিধায়ক জিতু গোস্বামীৰ বৃদ্ধি ৭ কোটি ২০ লাখ টকাৰ সম্পত্তি। পত্নীৰ নামত হাৰিয়ানাৰ ফৰিদাবাদত আছে ভূমি । ৰুজু হৈ আছে তিনিটা অপৰাধ জনিত গোচৰ।- Jitu Goswami Asset Growth