আশ্চৰ্যকৰ ! চিকিৎসা মহাবিদ্যালয়ত নাম ভৰ্তিৰ বাবেই কাটিলে নিজৰ ভৰি
NEETৰ জৰিয়তে MBBSত নামভৰ্তি পোৱাৰ তীব্ৰ আগ্ৰহত উত্তৰ প্ৰদেশৰ যুৱকে অবাস্তৱ কাৰ্য। বিশেষভাবে সক্ষম প্ৰমাণ-পত্ৰ লাভৰ উদ্দেশ্যে নিজৰেই ভৰি কাটি পেলোৱাৰ চূড়ান্ত সিদ্ধান্ত। NEET admission shock

