যুদ্ধ বিমান সুৰক্ষাত মুৰ্গী মাংস
১২৭৫ কিলোগ্ৰাম মুৰ্গী মাংস ব্যৱহাৰ হ'ব ৰাফেল, সুখোইৰ সুৰক্ষাৰ বাবে গণতন্ত্ৰ দিৱসৰ প্ৰাকমূহূৰ্তত চিকাৰী চৰাইক বাধা দিয়াৰ কৌশল। Rafale aircraft bird strike prevention
⫸ Fast. Fair. Fearless. ⫷
১২৭৫ কিলোগ্ৰাম মুৰ্গী মাংস ব্যৱহাৰ হ'ব ৰাফেল, সুখোইৰ সুৰক্ষাৰ বাবে গণতন্ত্ৰ দিৱসৰ প্ৰাকমূহূৰ্তত চিকাৰী চৰাইক বাধা দিয়াৰ কৌশল। Rafale aircraft bird strike prevention
অসমৰ সংবাদ ক্ষেত্ৰখনৰ এহৰাকী ভোটাতৰা আছিল প্ৰদীপ বৰুৱা। প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱাৰ ওপৰত এক বিশেষ লেখা অধ্যাপক গৌতম শৰ্মাৰ। Prantik Magazine Editor Pradeep Baruah
ক্ৰীড়া জগতত মধ্য অসমৰ তিনি কিশোৰীৰ সফলতা। ১৪ বছৰ অনুৰ্দ্ধৰ অসম ক্ৰিকেট দলৰ হৈ খেলি সফলতা অৰ্জন তিনি কিশোৰীৰ। মধ্য অসমলৈ কঢ়িয়াই আনিলে গৌৰৱ। Hojai girls cricket success
জুবিন গাৰ্গৰ গীতৰ আধাৰত শিশু নাট 'পাৰ্থক বচালে প্ৰভু শ্ৰীকৃষ্ণই'। ১৮ টি শিশুক মঞ্চত উপস্থাপন লক্ষ্যজ্যোতি শইকীয়াৰ। Assamese Child Drama
'নীল সাগৰৰ শংখধ্বনি' উপন্যাসৰ বাবে শৰ্মিষ্ঠা প্ৰীতমলৈ যোৰহাট সাহিত্য বঁটা । ২৫ জানুৱাৰীত তৃতীয় যোৰহাট সাহিত্য উৎসৱত প্ৰদান কৰা হব বঁটা । - Jorhat Sahitya Award
প্ৰধানমন্ত্ৰীক সাক্ষী কৰি অভিলেখ গঢ়িব জনগোষ্ঠীয় নৃত্য বাগুৰুম্বাই। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহি কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰীয়ে। - PM Modi Assam Visit
বহিঃৰাজ্যত পুনৰ আক্ৰমণৰ বলি উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ মধ্যপ্ৰদেশত অসমৰ ছাত্ৰক আক্ৰমণ কৰা ঘটনা সম্পৰ্কত গোচৰ ৰুজু। Assam student attack Madhya Pradesh
জীৱিত লোকক মৃত সজাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ তথ্য মিছা। স্পষ্ট কৰিলে নগাঁও জিলা প্ৰশাসনে। Voter list deletion Assam
আজিৰে পৰা ৩১ জানুৱাৰীলৈ ভক্তৰ বাবে বন্ধ থাকিব সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ। বিতং জানিবলৈ পঢ়ক এই প্ৰতিবেদন। Mahamrityunjay Temple Nagaon
SR ক লৈ সৰৱ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন। জীৱিত লোকক মৃত সজাই জাননি জাৰিৰ অভিযোগ ৰকিবুল হুছেইনৰ। Electoral Roll Manipulation Assam
ন্যায়ালয়ৰ নিষেধাজ্ঞা স্বত্বেও যমুনা জলাহ, আহতগুৰি, দেওবালিত অনুষ্ঠিত হ'ল ম'হ যুজ। কেইবাসহস্ৰাধিক লোকৰ সমাগমত উখল মাখল ম'হ যুঁজথলী। Assam Buffalo Fight
গৌৰৱ গগৈ প্ৰসংগত পুনৰ বিস্ফোৰক মন্তব্য কৰিলে মন্ত্ৰী পিয়ুষ হাজৰিকাই। গৌৰৱ গগৈ পাকিস্তান, বাংলাদেশত জনপ্ৰিয়। Gaurav Gogoi Pakistan Bangladesh