ভাৰতীয় সেনাক Apache AH-64E attack helicopters ৰ অন্তিমটো কিস্তি প্ৰদান
ভাৰতীয় সেনাই লাভ কৰিলে Apache AH-64E attack helicopters ৰ শেষৰ তিনিখন হেলিকপ্টাৰ । যোধপুৰস্থিত ৪৫১ আৰ্মি এভিয়েশ্যন স্কুৱাড্ৰনত এই হেলিকপ্টাৰকেইখনৰ সংযোজনে প্ৰতিপক্ষক সেনাৰ আঘাত ক্ষমতা বহু গুণে বৃদ্ধি কৰিব।









