৩০ কোটিৰো অধিক শ্ৰমিক, কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিব ১২ ফেব্ৰুৱাৰীৰ ভাৰত বন্ধৰ কাৰ্যসূচীত
৩০ কোটিৰো অধিক শ্ৰমিকে অংশগ্ৰহণ কৰিব ১২ ফেব্ৰুৱাৰীৰ ভাৰত বন্ধৰ কাৰ্যসূচীত। দেশৰ ৬০০ খনতকৈও অধিক জিলাত পৰিব প্ৰভাৱ। গ্ৰামীণ ধৰ্মঘট ৰূপে পালনৰ আহ্বান সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ। Bharat Bandh…

