India Bangladesh border security: ভাৰত-বাংলাদেশ সীমান্তৰ প্ৰতি ভাৰতীয় সেনাৰ সতৰ্ক দৃষ্টি
India Bangladesh border security অধিক শক্তিশালী কৰিবলৈ শিলচৰ আৰু মণিপুৰত সামৰিক ঘাটি স্থাপনৰ চিন্তা কৰিছে ভাৰতীয় সেনাই। সীমান্ত সুৰক্ষা, অনুপ্ৰৱেশ নিয়ন্ত্ৰণ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা এই পদক্ষেপৰ মূল লক্ষ্য।










