Jorhat Sahitya Award : শৰ্মিষ্ঠা প্ৰীতমলৈ যোৰহাট সাহিত্য বঁটা
'নীল সাগৰৰ শংখধ্বনি' উপন্যাসৰ বাবে শৰ্মিষ্ঠা প্ৰীতমলৈ যোৰহাট সাহিত্য বঁটা । ২৫ জানুৱাৰীত তৃতীয় যোৰহাট সাহিত্য উৎসৱত প্ৰদান কৰা হব বঁটা । - Jorhat Sahitya Award
⫸ Fast. Fair. Fearless. ⫷
'নীল সাগৰৰ শংখধ্বনি' উপন্যাসৰ বাবে শৰ্মিষ্ঠা প্ৰীতমলৈ যোৰহাট সাহিত্য বঁটা । ২৫ জানুৱাৰীত তৃতীয় যোৰহাট সাহিত্য উৎসৱত প্ৰদান কৰা হব বঁটা । - Jorhat Sahitya Award
উৰুকাৰ দিনাই সমৰ হাজৰিকাৰ পৰলোকপেৰাপ্তিৰ পাছত মাঘ বিহুৰ দিনাই আনটো দুঃসংবাদ অসমবাসীৰ বাবে। বিহুৰ দিনাই চিৰবিদায় ললে বিশিষ্ট সাংবাদিক, প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰদীপ বৰুৱাই। Pradip Barua Death
নিজম পৰিল অসম গ্ৰন্থমেলাৰ বাকৰি। ৭.৪০ কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰে সামৰণি অসম গ্ৰন্থমেলাৰ। অসম গ্ৰন্থমেলাত অধিক সমাদৰ জুবিন গাৰ্গ সম্পৰ্কীয় গ্ৰন্থৰ। Assam Book Fair 2026
নগাঁও সাহিত্য সভা, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত অৰোণোদই দিৱস উদযাপন কৰা হয় (Orunodoi Divas Nagaon)। সভাত অৰুণোদয় দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ বিভিন্ন প্ৰান্তত কৰ্মৰত ৫৩ গৰাকী সাংবাদিকক সম্বৰ্ধনা জনোৱা…
২০২৫ বৰ্ষৰ ক্ৰান্তিকাল সন্মানৰ বাবে নিৰ্বাচিত ডঃ তিলোত্তমা মিশ্ৰ। শিৱকান্ত-ক্ৰান্তিকাল ন্যাসে আগবঢ়াইছে এই সন্মান। স্বৰ্ণলতা নামৰ উপন্যাসৰ বাবে বিখ্যাত ডঃ মিশ্ৰ। Krantikal Award 2025
Sparsha-3 Literary Award প্ৰপ্তিৰে নগাঁৱৰ লেখিকা পিংগলিকা বৰকটকীয়ে মানসিক স্বাস্থ্য বিষয়ক গ্ৰন্থ ‘Loneliness: A Matter of Choice’ ৰ বাবে সাহিত্য জগতত এক বিশেষ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়।
বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প(Batadrava Cultural Project) ৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা বিশ্ব পৰ্যটন মানচিত্ৰত নতুন ৰূপে উজলি উঠিব। ২২২.৫৪ কোটি টকাৰ এই অভিলাষী সাংস্কৃতিক প্ৰকল্পই অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক…
দ্যা আচাম ট্ৰিবিউন গোষ্ঠীৰ স্বত্বাধিকাৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান। শোকাকূল অসমৰ সংবাদ জগত।
বিশিষ্ট সাংবাদিক প্রফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান । দ্য আছাম ট্রিবিউন কাকতৰ পৰিচালন সঞ্চালক আছিল বৰুৱা । আছাম ট্রিবিউন গোষ্ঠীৰ অন্যতম পুৰোধা আছিল বৰুৱা ।
ৰহাত বিয়াল্লিছৰ স্বহীদ মনবৰ নাথক সোঁৱৰণ । স্বাধীনতা সংগ্ৰামীগৰাকীৰ সোঁৱৰণত আয়োজিত অনুষ্ঠানটিত উন্মোচন এমুঠি গীতৰ এলবাম " মানৱতাৰ গান " ।
নদী আৰু নাৰী ,নগাঁও জিলা চতুৰ্থ বৰ্ষ উদযাপন । নদীৰ পাৰতে প্ৰাচীন সভ্যতা গঢ় লৈ উঠিছিল -ড : শৰৎ বৰকটকী