খেলপথাৰৰ পৰা বনাঞ্চললৈ: কাজিৰঙাত আফ্ৰিকাৰ ক্ৰীড়া অনুষ্ঠানৰ ফুটবল প্ৰতিযোগিতা
কাজিৰঙাত আফ্ৰিকাৰ ক্ৰীড়া অনুষ্ঠানৰ ফুটবল খেল। ক্ৰীড়াৰ জৰিয়তে বনাঞ্চল অথবা বণ্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা অনাৰ চেষ্টা। Bola Bola Sports for All Wildlife Forever”ৰ সহযোগত ফুটবল প্ৰতিযোগিতা। Kaziranga Football Tournament 2026






