অসম

Bhupen Bora to Join BJP on February 22, Says Himanta Biswa Sarma

২২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই

২২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। তেওঁ ভাগি পৰাৰ বাবেহে কংগ্ৰেছ ত্যাগ কৰিছেঃ মুখ্যমন্ত্ৰী। কিন্তু হিন্দু ব্যক্তিয়ে কংগ্ৰেছ কৰিব নোৱাৰে। Bhupen Bora Joins BJP

Binnakandi BJP Join: 3,200 Minority Members Join BJP in AIUDF Stronghold

আজমলৰ দুৰ্গত বিজেপিৰ শক্তি প্ৰদৰ্শন

আজমলৰ দুৰ্গত বিজেপিৰ শক্তি প্ৰদৰ্শন। মুখ্যমন্ত্ৰীৰ মিঞা বিদ্বেষৰ বিপৰীতে তিনি সহস্ৰাধিক মুছলমান লোকৰ বিজেপিত যোগদান। Binnakandi BJP Join

Assam Congress Crisis after Bhupen Borah resignation from APCC

অসম প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাতঃ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগ

অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগ(Bhupen Borah Resigns)। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ। স্বাভিমানৰ প্ৰশ্ন আহিছে বুলি মন্তব্য ভূপেন বৰাৰ।

Assam Handloom Shines at New York Fashion Week

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ বস্ত্ৰশিল্প

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ বস্ত্ৰশিল্প। ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই অসমৰ বস্ত্ৰ-ঐতিহ্যক উজলালে নিউ ইয়ৰ্ক ফেশ্বন সপ্তাহত। Assam Handloom

Mukhyamantri Atmanirbhar Achoni 2.0: CM Distributes Cheques to Beneficiaries in Nagaon

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ হিতাধিকাৰীক চেক বিতৰণ

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ হিতাধিকাৰীক চেক বিতৰণ।অসমত 'এমপ্লয়াৰ' বা নিয়োগ সৃষ্টিকাৰীৰ প্ৰয়োজন।অসমীয়াই অসমৰ ইতিহাস আৰু। অসমীয়াৰ গৌৰৱময় গাথা লিখিবঃ মুখ্যমন্ত্ৰী। Mukhyamantri Atmanirbhar Achoni 2.0

Hajj Training Camp Held in Nagaon Ahead of Hajj 2026

নগাঁৱত হজ প্ৰশিক্ষণ শিৱিৰ আৰু সম্বদ্ধৰ্না অনুষ্ঠান

নগাঁৱত হজ যাত্ৰীক প্ৰশিশক্ষণ। দাৰুল উলুম নগাঁও মাদ্ৰাছাৰ হজ যাত্ৰীক প্ৰশিক্ষণৰ লগতে জ্ঞাপন কৰা হয় সম্বৰ্ধণা। Hajj Training Camp Nagaon 2026

India’s First Underwater Rail-Road Tunnel to be Built in Assam

অসমত নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথম, বিশ্বৰ দ্বিতীয় আন্ডাৰ ৱাটাৰ ৰেল কাম ৰোড টানেল

কেইবাহাজাৰ কোটি টকাৰ বহুকেইটা প্ৰকল্প লাভ কৰিব অসমে। অসমত নিৰ্মাণ হ'ব দেশৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয়টো আন্ডাৰ ৱাটাৰ ৰেল কাম ৰোড টানেল। Underwater Rail Road Tunnel Assam

Simolu Utsav 2026 Celebrates Spring Amid the Red Bloom of Laokhowa-Burachapori

অৰণ্যৰ দলিচাত ফাগুনৰ ৰঙীন নিমন্ত্ৰণ: লাওখোৱা-বুঢ়াচাপৰিত শিমলু উৎসৱ ২০২৬-ৰ বৰ্ণিল শুভাৰম্ভ।

আকাশ ৰঙীন কৰি ধূলিয়ৰি বাটেৰে আহিছে ফাগুন। ফাগুনত ৰঙা শিমলুৱে পৰ্যটকক হাত বাউলি মাতিছে লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যলৈ। উলহ মালহেৰে তৃতীয়বাৰৰ বাবে অনুষ্ঠিত শিমলু উৎসৱ। -Simolu Utsav 2026

Modi Assam Visit as PM Narendra Modi lands at Moran Emergency Landing Facility in Dibrugarh

ডিব্ৰুগড় জিলাৰ মৰাণত উত্তৰ-পূবৰ প্ৰথম জৰুৰী অৱতৰণ সুবিধাত প্ৰধানমন্ত্ৰীৰ অৱতৰণ

ডিব্ৰুগড়ৰ মৰাণৰ ৰাজপথত অৱতৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ইয়াৰ পিছতে গুৱাহাটীত উপস্থিত হৈ খানাপাৰাত আয়োজিত বুথ সন্মিলনত অংশ লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । - Modi Assam Visit