প্ৰতিশ্ৰুতি দিয়া স্বত্বেও বিদেশী বহিষ্কাৰত ব্যৰ্থ কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰঃ অজাপৰ অভিযোগ
সংবাদমেলত গৃহমন্ত্ৰী শ্বাহ, মুখ্যমন্ত্ৰী শৰ্মাক সমালোচনা জগদীশ ভূঞাৰ। গৃহমন্ত্ৰী শ্বাহৰ ভাষ ৰাজনৈতিক ভাষণবাজি। মুখ্যমন্ত্ৰীয়ে ঘৃণাসূচক বক্তব্য দিছে। Assam BJP failed to deport Bangladeshis

