অসম

Bagurumba Dance World Record Created in Guwahati in Presence of PM Narendra Modi

বাগুৰুম্বাই গঢ়া অভিলেখৰ সাক্ষী হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বাগুৰুম্বা নৃত্যই সৃষ্টি কৰিলে ইতহাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত ১০ হাজাৰৰো অধিক শিল্পীয়ে বাগুৰুম্বা নৃত্য পৰিৱেশন কৰি গঢ়িলে অভিলেখ। Bagurumba Dance World Record

Ellora Science Forum Demands Impact Study Before Elevated Corridor in Kaziranga

এলিভেটেড কৰিডৰ প্ৰসংগত ইলোৰা বিজ্ঞান মঞ্চৰ আহ্বান

এলিভেটেড কৰিডৰ নিৰ্মাণৰ পূৰ্বে প্ৰভাৱ অধ্যয়নৰ আহ্বান ইলোৰা বিজ্ঞান মঞ্চৰ। নির্মাণ কালত এনিমেল ক'ৰিড'ৰ বন্ধ হোৱাৰ আশংকা। Elevated Corridor Kaziranga

Jyotiprasad Agarwala Ideals: The Vision and Legacy of Assam’s Cultural Architect

অসমীয়া জাতিসত্তাৰ ৰূপকাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শ

আজি শিল্পী দিৱস। শিল্পী দিৱসত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক গৌতম শৰ্মাৰ এক বিশেষ লেখা। Jyotiprasad Agarwala Ideals

Child Drama Based on Zubeen Garg’s Song Highlights Pressure on Children

জুবিন গাৰ্গৰ গীতৰ আধাৰত মঞ্চস্থ শিশু নাট ‘পাৰ্থক বচালে প্ৰভু শ্ৰীকৃষ্ণই’

জুবিন গাৰ্গৰ গীতৰ আধাৰত শিশু নাট 'পাৰ্থক বচালে প্ৰভু শ্ৰীকৃষ্ণই'। ১৮ টি শিশুক মঞ্চত উপস্থাপন লক্ষ্যজ্যোতি শইকীয়াৰ। Assamese Child Drama

Jorhat Sahitya Award Sharmistha Pritam

Jorhat Sahitya Award : শৰ্মিষ্ঠা প্ৰীতমলৈ যোৰহাট সাহিত্য বঁটা

'নীল সাগৰৰ শংখধ্বনি' উপন্যাসৰ বাবে শৰ্মিষ্ঠা প্ৰীতমলৈ যোৰহাট সাহিত্য বঁটা । ২৫ জানুৱাৰীত তৃতীয় যোৰহাট সাহিত্য উৎসৱত প্ৰদান কৰা হব বঁটা । - Jorhat Sahitya Award

PM Modi Assam Visit for Kaziranga Elevated Corridor foundation ceremony

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰীক সাক্ষী কৰি অভিলেখ গঢ়িব জনগোষ্ঠীয় নৃত্য বাগুৰুম্বাই। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহি কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰীয়ে। - PM Modi Assam Visit

Voter List Deletion Assam: Nagaon District Administration Denies Claims of Deleting Names of Living Voters

জীৱিত ব্যক্তিক মৃত ঘোষণা কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা নাই কোনো লোকৰ নাম

জীৱিত লোকক মৃত সজাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ তথ্য মিছা। স্পষ্ট কৰিলে নগাঁও জিলা প্ৰশাসনে। Voter list deletion Assam

Mahamrityunjay Temple Nagaon to Remain Closed Till January 31

৩১ জানুৱাৰীলৈ বন্ধ থাকিব নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ

আজিৰে পৰা ৩১ জানুৱাৰীলৈ ভক্তৰ বাবে বন্ধ থাকিব সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ। বিতং জানিবলৈ পঢ়ক এই প্ৰতিবেদন। Mahamrityunjay Temple Nagaon

Rokibul Hussain Alleges Electoral Roll Manipulation in Assam, Living Voters Declared Dead

জীৱিত লোকক মৃত সজাই নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ শুনানিৰ বাবে জাননী জাৰিৰ অভিযোগ

SR ক লৈ সৰৱ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন। জীৱিত লোকক মৃত সজাই জাননি জাৰিৰ অভিযোগ ৰকিবুল হুছেইনৰ। Electoral Roll Manipulation Assam

Assam Buffalo Fight Thrills Central Assam Despite Court Ban

মধ্য অসমত গোণা ম’হৰ শিঙৰ ঘৰ্ষণ

ন্যায়ালয়ৰ নিষেধাজ্ঞা স্বত্বেও যমুনা জলাহ, আহতগুৰি, দেওবালিত অনুষ্ঠিত হ'ল ম'হ যুজ। কেইবাসহস্ৰাধিক লোকৰ সমাগমত উখল মাখল ম'হ যুঁজথলী। Assam Buffalo Fight

Piyush Hazarika Claims Gaurav Gogoi Is Popular in Pakistan and Bangladesh

গৌৰৱ গগৈ পাকিস্তান, বাংলাদেশত জনপ্ৰিয়: বিস্ফোৰণ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

গৌৰৱ গগৈ প্ৰসংগত পুনৰ বিস্ফোৰক মন্তব্য কৰিলে মন্ত্ৰী পিয়ুষ হাজৰিকাই। গৌৰৱ গগৈ পাকিস্তান, বাংলাদেশত জনপ্ৰিয়। Gaurav Gogoi Pakistan Bangladesh