অসম

Veteran Journalist and Prantik Founder Editor Pradip Barua Passes Away

বিশিষ্ট সাংবাদিক, প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰদীপ বৰুৱাৰ দেহাৱসান

উৰুকাৰ দিনাই সমৰ হাজৰিকাৰ পৰলোকপেৰাপ্তিৰ পাছত মাঘ বিহুৰ দিনাই আনটো দুঃসংবাদ অসমবাসীৰ বাবে। বিহুৰ দিনাই চিৰবিদায় ললে বিশিষ্ট সাংবাদিক, প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰদীপ বৰুৱাই। Pradip Barua Death

Zubeen Garg Death Probe: Singapore Court Reveals Shocking Details

মদ্যপান কৰি লাইফ জেকেট অবিহনে সাগৰত নমাৰ বাবেই জুবিন গাৰ্গৰ মৃত্যু হৈছিল: আদালতৰ চাঞ্চল্যকৰ তথ্য

Zubeen Garg drowning Singapore: জুবিনৰ তেজত পোৱা গৈছিল অত্যাধিক এলকহল, ছিংগাপুৰৰ আদালতৰ চাঞ্চল্যকৰ তথ্য ।

Assam Congress Faces Internal Rift Over Rezaul Karim Controversy

ৰেজাউল কৰিম সৰকাৰক লৈ বিভাজনৰ দিশে অসম কংগ্ৰেছ

ৰেজাউল কৰিমক লৈ স্পষ্ট কংগ্ৰেছৰ বিভাজন। দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈৰ বিপৰীত স্থিতিত নুৰুল হুদা। দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীৰ এজেন্ট আখ্যা দিয়া ৰেজাউল কৰিমৰ পক্ষত নুৰুল হুদা। Rezaul Karim Congress controversy Assam

Sarbananda Sonowal BJP influence in Assam politics

ৰাজ্যিক বিজেপিত প্ৰভাৱ কমিছে নেকি সোণোৱালৰ!

ক্ৰমশঃ একাশৰীয়াহৈ পৰিছে নেকি সৰ্বানন্দ সোণোৱাল ? ৰূপজ্যোতি কুৰ্মীৰ কেলেণ্ডাৰতো নাই ফটো । সোণোৱাল চৰকাৰক আওপকীয়াকৈ মুখ্যমন্ত্ৰীৰো সমালোচনা । - Sarbananda Sonowal BJP Influence

Rezaul Karim Sarkar Quits Congress Within a Week of Joining

যোগদান কৰিয়েই কংগ্ৰেছ ত্যাগ ৰেজাউল কৰিম চৰকাৰৰ

হিমন্ত বিশ্ব শৰ্মাৰ এজেন্ট আখ্যা পোৱাৰ পাছতেই কংগ্ৰেছ ত্যাগ ৰেজাউল কৰিম চৰকাৰৰ। দলত যোগদান কৰিয়েই ত্যাগ কৰিলে কংগ্ৰেছ। Rezaul Karim Sarkar Congress Exit

Effigy of Zubeen Garg Murder Accused to Be Burnt During Magh Bihu Celebrations

মেজিৰ জুইত দাহন হ’ব জুবিন হত্যাৰ অভিযুক্তৰ প্ৰতিচ্ছবি

মেজিৰ সৈতে জুবিন হত্যাৰ অভিযুক্তৰ প্ৰতিচ্ছবি দাহন কৰি উদযাপন কৰিব মাঘ বিহু। প্ৰতিচ্ছবি সংলগ্ন মেজি সাজু কৰিছে জুবিন প্ৰেমী যুৱকে। Zubeen Garg murder accused

Is Rezaul Karim Himanta’s Agent? Assam Congress Faces Internal Turmoil

আমছু ত্যাগী ন কংগ্ৰেছী ৰেজাউল কৰিম সঁচাকৈ হিমন্তৰ এজেন্ট নেকি ?

সচাকৈ ৰেজাউল কৰিম হিমন্ত বিশ্ব শৰ্মাৰ এজেন্ট নেকি? কংগ্ৰেছত যোগদান কৰিয়েই ৰাজ্য তোলপাৰ লগোৱা ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে মন্তব্য কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ। Rezaul Karim Himanta Agent

Nowgong Bhogali Bihu Festival Lights Up Kolong Bakori with 113 Years of Tradition

কলঙৰ বাকৰিত ৰংঘৰ!

১১৩ বছৰীয়া সোণালী ইতিহাস সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ। উজলি উঠিছে ৰংঘৰ, ম'হযুঁজৰ প্ৰতিকী ৰূপ। স্বকীয় পৰম্পৰাৰে অসমবাসীৰ দৃষ্টি আকৰ্ষণ সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ। Nowgong Bhogali Bihu Festival

Strict Nagaon Food Price Control Ahead of Bhogali Bihu, Traders Warned

ভোগালীত অধিক দামত খাদ্য সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ীৰ বিপদত নিশ্চিত

ভোগালীৰ বাবে প্ৰশাসনে নিৰ্দ্ধাৰণ কৰিছে খাদ্য সামগ্ৰী মূল্য। অধিক মূল্যত বিক্ৰী কৰিলে বিপদ নিশ্চিত। Nagaon food price control

Journalist Bulan Chandra Nath Honoured with Kanak Chandra Sharma Memorial Journalism Award

সাংবাদিক বুলন চন্দ্ৰ নাথলৈ কনক চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বঁটা

বুলন চন্দ্ৰ নাথলৈ কনক চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বঁটা। প্ৰাগ বিল্ডিঙৰ দৈনিক জনমভূমি কাৰ্যালয়ত প্ৰদান কৰা হয় এই বটাঁ। Kanak Chandra Sharma Memorial Journalism Award