অসম

Assam Gears Up for Bagurumba Dance Record with Over 10,000 Bodo Artists at Sarusajai

এইবাৰ বড়ো জনগোষ্ঠীৰ বাগুৰুম্বাই গঢ়িব অভিলেখ

আন এক অভিলেখৰ দিশে অসম। বাগুৰুম্বাই গঢ়িব অভিলেখ। সৰুসজাইত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ১০ হাজাৰৰো অধিক শিল্পীৰ ‘বাগুৰুম্বা দহৌ নৃত্য’, নগাঁৱত প্ৰশিক্ষণ কৰ্মশালা। Bagurumba Dance Record Assam

Zubeen Garg Velaghar Built in Assam as a Tribute During Bhogali Bihu

জুবিনৰ মুখাবয়বৰ আৰ্হিত ভেলাঘৰ, ভোগালীত জুবিন ক্ষেত্ৰ

মধ্য অসমৰ ভোগীলা উৎসৱত জীৱন্ত ৰূপ পাব প্ৰিয় শিল্পী জুবিন গাৰ্গে! ভেলাঘৰ নিৰ্মাণ জুবিন গাৰ্গৰ মুখমণ্ডলৰ আৰ্হিত। ভোগালী উৎসৱত জুবিন ক্ষেত্ৰ। Zubeen Garg Velaghar

Administration on High Alert Ahead of PM Modi’s Nagaon Visit

প্ৰধানমন্ত্ৰীৰ আগমন, মৌচন্দা পথাৰত অন্তহীন ব্যস্ততা চৰকাৰ প্ৰশাসনৰ

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ অন্তহীন ব্যস্ততা চৰকাৰ, প্ৰশাসনৰ। এতিয়া মৌচন্দা পথাৰত দিনে নিশাই ভিজিট মন্ত্ৰী, জিলা আয়ুক্তৰ। PM Modi Nagaon Visit

Former Union Minister Kabindra Purkayastha Passes Away at 95

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ দেহাৱসান

অন্ত পৰিল এক বৰ্ণিল ৰাজনৈতিক পৰিক্ৰমাৰ। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ আৰু নাই। বিভিন্নজনৰ শোক প্ৰকাশ। Kabindra Purkayastha Death

AMSU Demands Rehabilitation for Evicted Families, Warns of Protest

উচ্ছেদিতক পুনৰসংস্থাপনৰ দাবী আমছু’ৰ

উচ্ছেদিত সকলৰ পুনৰসংস্থাপন আৰু মৌলিক অধিকাৰৰ দাবীত জিলা আয়ুক্তলৈ আমছু’ৰ স্মাৰক-পত্ৰ । এ আই ইউ ডি এফৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ৰাজপথৰ আন্দোলনৰ হুংকাৰ। AMSU eviction rehabilitation demand

Assam Book Fair 2026 Concludes with Record ₹7.40 Crore Book Sales

৭ কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰে সামৰণি পৰিল অসম গ্ৰন্থমেলা

নিজম পৰিল অসম গ্ৰন্থমেলাৰ বাকৰি। ৭.৪০ কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰে সামৰণি অসম গ্ৰন্থমেলাৰ। অসম গ্ৰন্থমেলাত অধিক সমাদৰ জুবিন গাৰ্গ সম্পৰ্কীয় গ্ৰন্থৰ। Assam Book Fair 2026

Zubeen Garg Justice Letter Sent to Assam CM by Family Seeking Speedy Justice

ন্যায় সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ জুবিন গাৰ্গৰ পৰিয়ালৰ বিশেষ পত্ৰ

ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ বিশেষ পত্ৰ প্ৰেৰণ জুবিন গাৰ্গৰ পৰিয়ালৰ। পত্নী গৰিমা শইকীয়া, ভগ্নী পামী বৰঠাকুৰ আৰু খুৰায়েক মনোজ বৰঠাকুৰে প্ৰেৰণ কৰা পত্ৰত কি আছে? পঢ়ক সবিশেষ। Zubeen Garg Justice Letter

বুঢ়াচাপৰিত দ্বিতীয় দিনাও অব্যাহত উচ্ছেদ অভিযান

বুঢ়াচাপৰিত অব্যাহত শোণিতপুৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰথমদিনা দুহেজাৰ বিঘা ভূমি উচ্ছেদৰ পাছত দ্বিতীয় দিনাও ৩৮ খন বুল্ড’জাৰেৰে চলাইছে উচ্ছেদ। Burhachapori eviction drive