Rajdhani Express Elephant Death: ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত আহত হাতী পোৱালীটোৰো মৃত্যু ঘটিল
অৱশেষত মৃত্যু ঘটিল ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত আহত হাতী পোৱালীটোও(Rajdhani Express Elephant Death)। চিকিৎসাধীন অৱস্থাত মৃত্যু হাতীপোৱালীটোৰ।
⫸ Fast. Fair. Fearless. ⫷
অৱশেষত মৃত্যু ঘটিল ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত আহত হাতী পোৱালীটোও(Rajdhani Express Elephant Death)। চিকিৎসাধীন অৱস্থাত মৃত্যু হাতীপোৱালীটোৰ।
চতুৰ্থ দিনাও উচ্ছেদ অভিযান অব্যাহত মধ্য অসমত। নগাঁও জিলাৰ ধিঙৰ ৰৌমাৰী মৈৰাধ্বজ মাগুৰমাৰী বিলত প্ৰশাসনৰ উচ্ছেদ অভিযান(Nagaon eviction drive)।
নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়তে নগাঁৱৰ ৰহাত সাব্যস্ত হয় প্ৰতিবাদ (Protest during Prime Minister Assam Visit)। সন্ধিয়া হাতে হাতে জোঁৰ লৈ সাব্যস্ত কৰে বৃহৎ প্ৰতিবাদ।
ভয়ংকৰ তথ্য। নগাঁও জিলাৰ কামপুৰ-চাংজুৰাই-পটিয়াপাম অঞ্চলত ৯ বছৰত ৰেলৰ খুন্দাত ১৫ টা বন্যহস্তীৰ মৃত্যু(Elephant Train Accident Assam) । বন-বিভাগ আৰু ৰেল বিভাগৰ সমন্বয়ৰ অভাব উন্মোচিত। জ্যেষ্ঠ সাংবাদিক চন্দনজ্যোতি বৰাৰ বিশেষ…
নগাঁৱৰ কামপুৰত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত সাতটা হাতীৰ এটা আছিল গৰ্ভৱতী(Rajdhani Express Elephant Accident Assam)। দুৰ্ঘটনাৰ ফলত বাতিল ৯ খনকৈ স্থানীয় ৰেল। আটক দুই ৰেল চালকক জামিনত মুকলি, ইঞ্জিন জব্দ…
অসমত কৰুণ দুর্ঘটনা: ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৭টা বন্যহস্তীৰ, আহত এটা পোৱালী (Rajdhani Express elephant accident Assam)
নগাঁৱৰ বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা ১৪ গৰাকী লোকক মাটিয়া ট্ৰেঞ্জিট কেম্পৰ পৰা ভাৰত–বাংলা সীমান্তলৈ প্ৰেৰণ(Nagaon Declared Foreigners Push Back)।
নগাঁও জিলাৰ ধিঙত সংঘটিত হোৱা এক চাঞ্চল্যকৰ হত্যাকাণ্ডই (Dhing family murder) সমগ্ৰ অসম কঁপাই তুলিছে। পাৰিবাৰিক কন্দলৰ ফলত পিতৃয়ে পত্নীসহ দুই কন্যাক কুঠাৰেৰে হত্যা কৰা এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি…
Akhil Gogoi SIT Chargesheet বিতৰ্ক: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এছ আই টিৰ চার্জশ্বিট নীতিবহিৰ্তভাবে ৰাজহুৱা কৰাৰ অভিযোগত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু। সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক।
Assam Declared Foreign Nationals Expulsion গোচৰৰ শুনানীৰ ভিত্তিত নগাঁও জিলাত ১৫ জন ঘোষিত বিদেশীৰ নাম, পিতৃ/স্বামীৰ নাম আৰু ঠিকনাসহ ২৪ ঘণ্টাৰ ভিতৰত অসম এৰাৰ নিৰ্দেশ। বিদেশী ট্ৰাইব্যুনেলৰ পুৰণা ৰায় কাৰ্যকৰী।
গুৱাহাটীৰ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চৌহদত উন্মোচন কৰা হ’ল Zubeen Garg Statue। প্ৰায় দহ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰসহ বহু বিশিষ্ট ব্যক্তি।
নগাঁৱৰ ধিঙত দ্বিতীয় দিনাও অব্যাহত প্ৰশাসনৰ উচ্ছেদ অভিযান(Nagaon Eviction Drive)। দুদিনীয়া অভিযানত বেদখলমুক্ত এশ বিঘা চৰকাৰী ভূমি।