Safe Childhood Golden Assam Nagaon: নগাঁৱত “সুৰক্ষিত শৈশৱ, সোণালী অসম” শীৰ্ষক সজাগতা কাৰ্যসূচী
Safe Childhood Golden Assam Nagaon অভিযানৰ জৰিয়তে নগাঁৱত শিশু সুৰক্ষা, বাল্যবিবাহ প্ৰতিৰোধ, শিশু শ্ৰম আৰু যৌন নিৰ্যাতনৰ বিৰুদ্ধে ৯০ দিনীয়া সজাগতা কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়।









