মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত বৃদ্ধি পাইছে ৰন্ধন গেছৰ দাম
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ। ভাৰতত বৃদ্ধি পাইছে ৰন্ধন গেছৰ দাম। ঘৰুৱা চিলিণ্ডাৰৰ দাম ৬০ টকা বৃদ্ধি। বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১১৫ টকা বৃদ্ধি। ৰন্ধন গেছ, খাৰুৱা তেলৰ নাটনিৰ উৰাবাতৰি অস্বীকাৰ কেন্দ্ৰীয় মন্ত্ৰীৰ।-…






