Karbi Anglong Violence:: কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিসংযোগ
- কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিসংযোগ
- খেৰণিত আমৰণ অনশনত বঢ়িছিল একাংশ প্ৰতিবাদকাৰী
- প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰাৰ পাছতেই উত্তপ্ত পৰিস্থিতি
- পৰস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনাৰ পিছতে অধিক উত্তপ্ত হয় পৰিস্থিতি
- ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰে তুলিৰাম ৰঙহাঙৰ বাসগৃহত
- ইফালে আৰক্ষীৰ গুলীত আহত হৈছে ৩ গৰাকী প্ৰতিবাদকাৰী
- বৰ্তমানেও নিয়ন্ত্ৰণহীন সমগ্ৰ পৰিস্থিতি
অধিক তথ্যৰ বাবে অপেক্ষা কৰক …

