নিৰ্বাচনী তালিকা সংশোধনৰ পাছত কেৱল ৫০০ আবেদন: মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কৰিলে সদৰী
নিৰ্বাচনী তালিকা সংশোধনৰ পাছত কেৱল ৫০০ আবেদন। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কৰিলে সদৰী। ভোটগ্ৰহণৰ তাৰিখ নিৰ্ধাৰণৰ সময়ত ৰঙালী বিহুৰ দিশটোও বিবেচনা কৰা হ'ব।- Assam Voter List Revision 2026
১৬ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্য সভাৰ অসমৰ ৩খন আসনৰ নিৰ্বাচন
১৬ মাৰ্চত অনুষ্ঠিত হ'ব ৰাজ্য সভাৰ অসমৰ ৩খন আসনৰ নিৰ্বাচন। সম্পূৰ্ণ নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হব ২০ মাৰ্চৰ ভিতৰত।- Rajya Sabha Election 2026
নগাঁও জিলা প্ৰশাসনৰ কি কামৰ শলাগ ললে মুখ্য নিৰ্বাচন আয়ুক্তই
দুদিনীয়া অসম ভ্ৰমণ সামৰিলে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে। জিলা আয়ুক্তৰে হোৱা আলোচনাত নগাঁও জিলা প্ৰশাসনৰ শলাগ ললে মুখ্য নিৰ্বাচন আয়ুক্তই। কিন্তু কিয়? SR Process Nagaon
মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰত ঘোষণা কৰা হব কংগ্ৰেছৰ প্ৰথম প্ৰাৰ্থী তালিকা
মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰত ঘোষণা কৰা হব কংগ্ৰেছৰ প্ৰথম প্ৰাৰ্থী তালিকা। বিজেপিত যোগদান কৰি ভূপেন বৰাও নোহোৱা হ'বলৈ গৈ আছেঃ গৌৰৱ গগৈ। নাৰীক অপমান কৰা বুলি অভিযোগ উঠা ভূপেন বৰা…
২০ ফেব্ৰুৱাৰী নহয়, ১০ মাৰ্চতহে লাভ কৰিব অৰুণোদয়
২০ ফেব্ৰুৱাৰী নহয়। ১০ মাৰ্চতহে লাভ কৰিব অৰুণোদয়। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ৯ হাজাৰকৈ ধন। Arunoday Scheme Payment
২২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই
২২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। তেওঁ ভাগি পৰাৰ বাবেহে কংগ্ৰেছ ত্যাগ কৰিছেঃ মুখ্যমন্ত্ৰী। কিন্তু হিন্দু ব্যক্তিয়ে কংগ্ৰেছ কৰিব নোৱাৰে। Bhupen Bora Joins BJP
দেশত নিবনুৱাৰ সংখ্যা বৃদ্ধি
দেশত নিবনুৱাৰ সংখ্যা বৃদ্ধি । ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য।চলিত বৰ্ষৰ প্ৰথম মাহতেই নিবনুৱা হাৰ বৃদ্ধি পালে ৫ শতাংশলৈ। India Unemployment Rate 2026
আজমলৰ দুৰ্গত বিজেপিৰ শক্তি প্ৰদৰ্শন
আজমলৰ দুৰ্গত বিজেপিৰ শক্তি প্ৰদৰ্শন। মুখ্যমন্ত্ৰীৰ মিঞা বিদ্বেষৰ বিপৰীতে তিনি সহস্ৰাধিক মুছলমান লোকৰ বিজেপিত যোগদান। Binnakandi BJP Join
ভূপেন বৰাৰ পদত্যাগ নাটক আখ্যা বদৰুদ্দিন আজমলৰ
ভূপেন বৰাৰ পদত্যাগ নাটক আখ্যা বদৰুদ্দিন আজমলৰ । গৌৰৱ গগৈৰ সৈতে ৰকিবুল হুছেইনহে কংগ্ৰেছত থাকিব। Bhupen Bora Resignation
পদত্যাগৰ সিদ্ধান্ত বিবেচনাৰ বাবে সময় বিচাৰিলে ভূপেন বৰাই
পদত্যাগৰ সিদ্ধান্ত বিবেচনাৰ বাবে সময় বিচাৰিলে ভূপেন বৰাই। মোৰ পৰিয়ালৰ লগত আলোচনা কৰি কি সিদ্ধান্ত লও কাইলৈ অবগত কৰিমঃ ভূপেন বৰা। কোনো সিদ্ধান্তৰ বাবে যদি আঘাত পাইছে তেন্তে ক্ষমা বিচাৰিছোঃ…
ভূপেন বৰাৰ লগত কংগ্ৰেছৰ নেতৃত্বৰ আলোচনা
ভূপেন বৰাৰ লগত কংগ্ৰেছৰ নেতৃত্বৰ আলোচনা। ভূপেন বৰাক ৰাইজৰ দলৰ সভাপতি দিব অখিল গগৈয়ে।- Bhupen Bora News
অসম প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাতঃ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগ
অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগ(Bhupen Borah Resigns)। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ। স্বাভিমানৰ প্ৰশ্ন আহিছে বুলি মন্তব্য ভূপেন বৰাৰ।











