ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ঘনিষ্ঠ সামৰিক বিষয়াক হত্যাৰ অপচেষ্টা
অজ্ঞাত আততায়ীৰ দ্বাৰা গুলীবিদ্ধ পুটিনৰ ঘনিষ্ঠ সামৰিক বিষয়া । মস্কোৰ সামৰিক আবাসতে লেফটেনেণ্ট জেনেৰেল ভ্লাদিমিৰ আলেক্সেয়েভলৈ লক্ষ্য কৰি গুলী চালনা। আহত সামৰিক বিষয়াজন বৰ্তমান চিকিৎসাধীন। Vladimir Alexeyev assassination attempt
নগাঁৱত বিদেশী ঘোষিত মহিলাক ২৪ ঘন্টাৰ ভিতৰত অসম এৰাৰ নিৰ্দেশ
নগাঁৱত বিদেশী ঘোষিত মহিলাক অসম ত্যাগৰ নিৰ্দেশ। মহিলা গৰাকীৰ নাম সুন বানু। Declared Foreigner Assam Order
গৌৰৱ গগৈৰ আগমনক কেন্দ্ৰ কৰি বটদ্ৰৱাত উত্তপ্ত পৰিস্থিতি
বটদ্ৰৱাত উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছ-বিজেপি সমৰ্থকৰ হতাহতি। পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনি বিজেপি সমৰ্থকৰ। Gaurav Gogoi Batadrava Controversy
সাময়িকভাৱে বিকল শিলঘাট-টাম্বাৰাম এক্সপ্ৰেছৰ ইঞ্জিন
নগাঁৱৰ চিনাপট্টি ৰেল ক্ৰছিং গেটত বিকল শিলঘাট-টাম্বাৰাম এক্সপ্ৰেছ। ইঞ্জিন বিকল হোৱাৰ ফলত দীৰ্ঘসময় ধৰি ৰখাই থবলৈ বাধ্য হয় ৰেলখন। গেটখন বন্ধ হৈ পৰাত সৃষ্টি হয় ব্যাপক যানজঁটৰ। Silghat Tambaram Express…
গুৰুজনাৰ আশীষ লৈ নগাঁৱত কংগ্ৰেছৰ ‘ সময় পৰিবৰ্তনৰ যাত্ৰা আৰম্ভ
সময় পৰিবৰ্তনৰ কাৰ্য্যসূচী লৈ নগাঁৱত টিম গৌৰৱ গগৈ। গুৰুজনাৰ আশীষ লৈ আৰম্ভ কংগ্ৰেছৰ কাৰ্য্যসূচী। কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য। বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ এই যাত্ৰা। Time for Change…
পঞ্জাৱৰ জলন্ধৰত আম আদমী পাৰ্টিৰ নেতাক হত্যা
জলন্ধৰৰ গুৰুদ্বাৰৰ সন্মুখতে হত্যা লাকী অৱেৰয়ক। মটৰ চাইকেলত আহিছিল হত্যাকাৰী। কেইবাজাই গুলীৰ আঘাতত নিহত আম আদমী পাৰ্টিৰ নেতাজন। AAP leader Lucky Oberoi murder
তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ বলিউডৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰাজপাল যাদৱৰ
চেক বাউন্স গোচৰত অভিযুক্ত অভিনেতা ৰাজপাল যাদৱ। তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ যাদৱৰ। যাদৱৰ আবেদন খাৰিজ। Rajpal Yadav Tihar Jail Surrender
সাঁচিপাত, সত্ৰীয়া ঐতিহ্য আৰু ৰাষ্ট্ৰীয় গৌৰৱ—নগাঁৱত সম্বৰ্ধিত মৃদু মৌসম বৰা
নগাঁও: অসমৰ চহকী কলা-সংস্কৃতি আৰু পাণ্ডুলিপি নিৰ্মাণৰ ঐতিহ্যই পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এক বিশেষ স্বীকৃতি লাভ কৰিছে। নগাঁৱৰ পৰম্পৰাগত শিল্পী মৃদু মৌসম বৰাই নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নৱ-উদ্বোধিত ‘ভাৰতীয় ধ্ৰুপদী ভাষা…
মেঘালয়ৰ অবৈধ কয়লা খনিত ১০ জন শ্ৰমিকৰ মৃত্যু
মেঘালয়ৰ অবৈধ কয়লা খনিত ১০ জন শ্ৰমিকৰ মৃত্যু। দহ বছৰত দেশত খনিত কাম কৰা অৱস্থাত ৫ শতাধিক শ্ৰমিকৰ মৃত্যু। illegal coal mining Meghalaya
মই বনোৱা ভেটিত ৰাজত্ব কৰিছে বিজেপিয়েঃ মন্তব্য প্ৰাক্তন বিজেপি নেতা ৰাজেন গোহঁইৰ
মিঞাক তুচ্ছ তাচ্ছিল্য কৰি হিন্দুৰ মন জয় কৰাটো সম্ভৱ নহয়। ৰিক্সা চালকৰ কথা কৈ নিজৰ নিকৃষ্ট মনৰ পৰিচয় দিছে মুখ্যমন্ত্ৰীয়ে। মই বনোৱা ভেটিত ৰাজত্ব কৰিছে বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ…
মোৰ মাত্ৰ এটাই ল’ৰা আছিল, মাৰি পেলালে, এতিয়া আদালতে দিয়া ৰায়ক লৈ জীয়াই থাকিম: অভিৰ পিতৃ
অভি নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰপ্ৰক্ৰিয়াৰ যুক্তি প্ৰদৰ্শনৰ প্ৰথমদিনা অভিজিৎ নাথৰ পিতৃৰ আৱেগিক মন্তব্য। মোৰ এটা ল’ৰা আছিল, মাৰি পেলালে। এতিয়া আদালতে দিয়া ৰায়ক লৈ জীয়াই থাকিম। নিলোৎপলৰ পিতৃয়েও কলে আমি…
১২ ফেব্ৰুৱাৰীত চি পি আই (এম এল)ৰ দেশজুৰি ধৰ্মঘটৰ আহ্বান
কেন্দ্ৰীয় বাজেটক অন্তঃসাৰশূন্য বাজেট আখ্যা। ১২ ফেব্ৰুৱাৰীত সমগ্ৰ দেশজুৰি ধৰ্মঘটৰ আহ্বান চি পি আই ( এম এল)ৰ। আমেৰিকা-ভাৰত চুক্তিৰ দ্বাৰা ভাৰতৰ স্বাৰ্থক বন্ধকত ৰখাৰ অভিযোগ। CPI ML nationwide strike February…


