Assam STF Jihad Arrest: ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল অসম, উত্তৰ-পূৱ
জেহাদীৰ বিৰুদ্ধে তৎপৰ অসম আৰক্ষী। এছ টি এফৰ অভিযানত গ্ৰেপ্তাৰ ১১ জেহাদী সদস্য। ৰক্ষা পৰিল অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চল। Assam STF Jihad Arrest
Human Elephant Conflict in Assam: নগাঁৱত বন্যহস্তীৰ আক্ৰমণত তিনিজন গুৰুতৰভাৱে আহত
নগাঁৱত পুনৰ হাতী মানুহৰ সংঘাত। বন্যহস্তীৰ আক্ৰমণত আহত তিনিজনকৈ লোক। আতংকিত গঁঞা । বনাঞ্চল সংকোচনৰ ফলতেই অসমত তীব্ৰতৰ হৈ উঠিছে হাতী–মানুহৰ সংঘাত। Human Elephant Conflict in Assam
Indian Mujahideen-K Assam Arrest: অসম আৰু ত্ৰিপুৰাত বাংলাদেশী জেহাদি সংগঠনৰ সৈতে জড়িত ১১ জন গ্ৰেপ্তাৰ
অসম আৰু ত্ৰিপুৰাৰ পৰা বাংলাদেশী মৌলবাদী সংগঠনৰ সৈতে জড়িত ১১ জনক গ্ৰেপ্তাৰ কৰিছে STFয়ে । ৰাজ্যত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্ৰৰ অভিযোগ।-Indian Mujahideen-K Assam Arrest
Khaleda Zia Death: বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পৰলোক
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ মৃত্যু। প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ । বাংলাদেশৰ ৰাজনৈতিক দল BNPৰ অধ্যক্ষা আছিল খালেদা জিয়া। Khaleda Zia Death
Eviction Drive in Karbi Anglong: মাঘ বিহুৰ পিচতে হ’ব কাৰ্বি আংলঙৰ পি জি আৰ- ভি জি আৰ ভূমিত উচ্ছেদ
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰে আন্দোলনকাৰীৰ আলোচনা। মাঘ বিহুৰ পাছতে চলিব উচ্ছেদ (Eviction Drive in Karbi Anglong)। পি জি আৰ ভি জি আৰ ভুমি বেদখলকাৰীক মঙলবাৰৰ পৰাই দিয়া হ'ব জাননী।…
Srimanta Sankardev Sangha Bongaigaon: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ চলিত বৰ্ষৰ অন্তিম কাৰ্য্যনিৰ্বাহক
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ চলিত বৰ্ষৰ অন্তিম কাৰ্য্যনিৰ্বাহক আৰু ভোজনালয় গৃহৰ লাইখুটা স্থাপন। বঙাইগাঁও সমষ্টিৰ বিধায়িকা দিপ্তীময়ী চৌধুৰী আইয়ে ৬.৫০ লাখ টকা প্ৰদান । অহা ১৬,১৭ আৰু ১৮…
Amit Shah Assam Visit: অসমলৈ আহি বিজেপিৰ বাবে আৰু পাঁচ বছৰ বিচাৰিলে অমিত শ্বাহে
কেবাটাও কাৰ্য্যসূচীৰে অসমলৈ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ। অহা ৫ বছৰ পুনৰ বিজেপিৰ বাবে আশীৰ্বাদ বিচাৰিলে অমিত শ্বাহে। Amit Shah Assam Visit
Nuruddin Ahmed Snub: উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ নাপালে গুৰু আসনৰ ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদে
উলহ সালহেৰে মুকলি হ'ল বটদ্ৰৱা প্ৰকল্প। কিন্তু আমন্ত্ৰণ নাপালে গুৰু আসনৰ ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদে। আক্ষেপ নাই বিশিষ্ট কলা নিৰ্দেশকজনৰ। Nuruddin Ahmed Snub
Batadrava Project Inauguration: বটদ্ৰৱা প্ৰকল্প শুভাৰম্ভ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ
শুভাৰম্ভ হ'ল অভিলাষী বটদ্ৰৱা প্ৰকল্প। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিলে বটদ্ৰৱা প্ৰকল্প। Batadrava Project Inauguration
Tata Ernakulam Express Fire: অন্ধ্ৰ প্ৰদেশত ভয়ংকৰ ৰে’ল দুর্ঘটনা, দুটা ডবা সম্পূৰ্ণৰূপে ভস্মীভূত, ১ জনৰ মৃত্যু
অন্ধ্ৰ প্ৰদেশৰ অনাকাপল্লীৰ সমীপত চলন্ত টাটা–এৰ্ণাকুলম এক্সপ্ৰেছৰ B1 আৰু M2 ডবাত ভয়ংকৰ আগ্নিকাণ্ড(Tata Ernakulam Express Fire)। এজন যাত্ৰীৰ মৃত্যু, ফৰেনচিকৰ তদন্ত আৰম্ভ।
Osman Hadi murder case: ওচমান হাদিৰ হত্যাকাৰীক সহায় কৰা দুজনক মেঘালয় আৰক্ষীৰ আটক- বাংলাদেশ আৰক্ষীৰ দাবী
বাংলাদেশ আৰক্ষীয়ে ওচমান হাদিৰ হত্যাকাৰীক পলায়নত সহায় কৰা দুজনক মেঘালয় আৰক্ষীয়ে আটক কৰা বুলি দাবী কৰিছে(Osman Hadi murder case)। কিন্তু এই দাবীক মেঘালয় আৰক্ষী আৰু BSF-এ স্পষ্টভাৱে অস্বীকাৰ কৰিছে।
Indian Book of Records Child Prodigy: অসাধাৰণ প্ৰতিভাৰে ১৯ মাহতে ইণ্ডিয়া বুক অফ ৰেকৰ্ড গঢ়িলে বিস্ময়কৰ আয়াজ অজিলে
এটি ১৯ মহীয়া শিশুৰ পাতিভা দেখিলে আপুনিও হ’ব আচৰিত। মাত্ৰ ১৮ মাহতে নিজৰ অসাধাৰণ প্ৰতিভাৰে ইণ্ডিয়ান বুক অফ ৰেকৰ্ড গঢ়িলে আয়াজ অজিলে। Indian Book of Records Child Prodigy











