৮ বছৰৰ মূৰত এয়াৰ ইণ্ডিয়াৰ বিমানৰ তালিকাত অন্তৰ্ভুক্ত হ’ল নতুন ড্ৰীমলাইনাৰ
টাটা গ্ৰুপৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াই ৮ বছৰৰ পিছত প্ৰথমখন লাইন-ফিট বোয়িং ৭৮৭-৯ ড্ৰীমলাইনাৰ বিমান লাভ কৰিছে। এই বিমানখন অহা কেইদিনমানৰ ভিতৰতে ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। - Air India Dreamliner
তিলক বাৰ্মাৰ অস্ত্ৰোপচাৰ: খেলিব নোৱাৰিব নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা, বিশ্বকাপতো খেলাৰ সম্ভাৱনা কম
তিলক বাৰ্মাৰ অস্ত্ৰোপচাৰৰ পিছত নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা বাহিৰ হৈছে। ২০২৬ চনৰ আইচিচি টি-২০ বিশ্বকাপ খেলাৰ ক্ষেত্ৰতো তেওঁৰ অংশগ্ৰহণ সন্দেহৰ আৱৰ্তত পৰিছে।- Tilak Varma Injury
ধুৰন্ধৰ-ক মধ্য-প্ৰাচ্যত নিষিদ্ধ কৰাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিছে ছবি নিৰ্মাতা সন্থাই
মধ্য-প্ৰাচ্যৰ কেইবাখনো দেশত ‘ধুৰন্ধৰ’ ছবিখন নিষিদ্ধ কৰাৰ পিছতে IMPPA-ই প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে। এই নিষেধাজ্ঞাক একপক্ষীয় বুলি অভিহিত কৰা হৈছে। - Dhurandhar Film Ban
জুবিনৰ মুখাবয়বৰ আৰ্হিত ভেলাঘৰ, ভোগালীত জুবিন ক্ষেত্ৰ
মধ্য অসমৰ ভোগীলা উৎসৱত জীৱন্ত ৰূপ পাব প্ৰিয় শিল্পী জুবিন গাৰ্গে! ভেলাঘৰ নিৰ্মাণ জুবিন গাৰ্গৰ মুখমণ্ডলৰ আৰ্হিত। ভোগালী উৎসৱত জুবিন ক্ষেত্ৰ। Zubeen Garg Velaghar
মণিপুৰ আৰক্ষীৰ বৃহৎ অভিযান: কাংপোকপিত ৫৩ একৰ ভূমিৰ পপি খেতি ধ্বংস
কাংপোকপি জিলাত মণিপুৰ আৰক্ষী আৰু এনচিবিৰ যুটীয়া অভিযানত ৫৩ একৰ অবৈধ পপি খেতি ধ্বংস কৰা হয়। এই অভিযানত পপি খেতিৰ সামগ্ৰী আৰু আন্তঃগাঁথনিও নষ্ট কৰা হয়।- Manipur Poppy Cultivation
ভাৰতৰ GDP ৭.৪ শতাংশ হাৰত বৃদ্ধি পোৱাৰ সম্ভাৱনা: কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদন
কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ পূৰ্বানুমান ৭.৪ শতাংশলৈ বৃদ্ধি কৰিছে, যিটো যোৱা বিত্তীয় বৰ্ষত ৬.৫ শতাংশ আছিল। - India GDP Growth
প্ৰধানমন্ত্ৰী মোদীয়ে স্মৰণ কৰিলে সোমনাথ মন্দিৰৰ স্মৃতি: আক্ৰমণৰ পিছতো সোমনাথে ভাৰতৰ সাংস্কৃতিক ঐক্য শক্তিশালী কৰিছে
সোমনাথ স্বাভিমান পৰ্ব ২০২৬-ৰ পূৰ্বে সোমনাথ মন্দিৰৰ স্মৃতি স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। ইতিহাসৰ বিভিন্ন আক্ৰমণৰ পিছতো সোমনাথ মন্দিৰে ভাৰতৰ সাংস্কৃতিক ঐক্য আৰু অটল বিশ্বাসক কেনেকৈ শক্তিশালী কৰি ৰাখিছে, সেই বিষয়ে…
প্ৰধানমন্ত্ৰীৰ আগমন, মৌচন্দা পথাৰত অন্তহীন ব্যস্ততা চৰকাৰ প্ৰশাসনৰ
প্ৰধানমন্ত্ৰীৰ আগমনক লৈ অন্তহীন ব্যস্ততা চৰকাৰ, প্ৰশাসনৰ। এতিয়া মৌচন্দা পথাৰত দিনে নিশাই ভিজিট মন্ত্ৰী, জিলা আয়ুক্তৰ। PM Modi Nagaon Visit
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ দেহাৱসান
অন্ত পৰিল এক বৰ্ণিল ৰাজনৈতিক পৰিক্ৰমাৰ। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ আৰু নাই। বিভিন্নজনৰ শোক প্ৰকাশ। Kabindra Purkayastha Death
বি এল অ (BLO) নহয়, এইবাৰ পথৰ কুকুৰ গণনাৰ দায়িত্ব শিক্ষকক
পদ পথৰ কুকুৰ (street dog) গণনাৰ দায়িত্ব প্ৰদান শিক্ষকক। কুকুৰ গণিব শিক্ষকে। শিক্ষা ব্যৱস্থা ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা। Street Dog Census Teachers Bihar
উচ্ছেদিতক পুনৰসংস্থাপনৰ দাবী আমছু’ৰ
উচ্ছেদিত সকলৰ পুনৰসংস্থাপন আৰু মৌলিক অধিকাৰৰ দাবীত জিলা আয়ুক্তলৈ আমছু’ৰ স্মাৰক-পত্ৰ । এ আই ইউ ডি এফৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ৰাজপথৰ আন্দোলনৰ হুংকাৰ। AMSU eviction rehabilitation demand
৭ কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰে সামৰণি পৰিল অসম গ্ৰন্থমেলা
নিজম পৰিল অসম গ্ৰন্থমেলাৰ বাকৰি। ৭.৪০ কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰে সামৰণি অসম গ্ৰন্থমেলাৰ। অসম গ্ৰন্থমেলাত অধিক সমাদৰ জুবিন গাৰ্গ সম্পৰ্কীয় গ্ৰন্থৰ। Assam Book Fair 2026






