লক্ষ্য ৰূপহীহাটঃ জনতাৰ পৰা সংবাদ মাধ্যমলৈকে সন্তুষ্ট ৰখাৰ চেষ্টা দুই বিধায়কৰ

ৰূপহীহাটকলৈ আমিনুল- নুৰুলৰ তুমুল প্ৰতিদ্বন্দিতা। জনতাৰ পৰা সংবাদ মাধ্যমলৈকে সন্তুষ্ট ৰখাৰ চেষ্টা দুই বিধায়কৰ। সাংবাদিকক সম্বৰ্ধণা জনাই প্ৰচাৰত ব্যস্ত নুৰুল, বিপৰীত আমিনুল। Rupahihat Assembly Election 2026

BJP Has Congress Agents,” Says Ripon Bora; Targets Assam CM in Nagaon

বিজেপিত আছে কংগ্ৰেছৰ এজেণ্ট!

কংগ্ৰেছৰ যদি অস্থিত্ব নাই মুখ্যমন্ত্ৰীয়ে আৰাম কৰক। মন্তব্য ৰিপুন বৰাৰ সদৰী কৰিলে মিত্ৰতাৰ প্ৰসংগতো আলোচনা চলি থকাৰ কথা। মুখ্যমন্ত্ৰীৰ স্বাস্থ্যকলৈয়ো উদ্বিগ্ন এগৰাকী কংগ্ৰেছ নোতা। Ripon Bora BJP Congress Agent Comment

ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত থাকিলে ভাৰতৰ ওপৰত আৰু অধিক বৃদ্ধি হ’ব শুল্ক

ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত ৰাখিলে ভাৰতৰ ওপৰত শুল্ক বৃদ্ধি কৰিব পাৰে আমেৰিকাই। প্ৰধানমন্ত্ৰী মোডীক ‘ভাল মানুহ’ বুলি ক’লেও কঠোৰ সকিয়নি দিলে ড'নাল্ড ট্রাম্পে। -India Russia oil tariff warning Trump

Peoples Pulse Assam Survey: Peoples Pulseৰ সমীক্ষাক গুৰুত্ব নিদিলে মুখ্যমন্ত্ৰীয়ে

Peoples Pulseৰ সমীক্ষাক গুৰুত্ব নিদিলে মুখ্যমন্ত্ৰীয়ে

Peoples Pulseৰ সমীক্ষাক গুৰুত্বহীন মুখ্যমন্ত্ৰীৰ। বিজেপিক অধিক আসন দিয়া স্বত্বেও গুৰুত্ব দিয়া নাই খোদ মুখ্যমন্ত্ৰীয়ে। সমীক্ষা অনুসৰি বিজেপিয়ে পাব ৬৯ ৰ পৰা ৭৪খন আসন। Peoples Pulse Assam Survey

Tension During Burhachapori Eviction Drive in Assam

বুঢ়াচাপৰিত উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতি

বুঢ়াচাপৰি অভয়াৰণ্যৰ ভূমিত পুনৰ উচ্ছেদ প্ৰশাসনৰ। উচ্ছেদক লৈ কিছু উত্তপ্ত পৰিস্থিতি। তাৰ মাজতে অব্যাহত উচ্ছেদ অভিযান। Burhachapori Eviction

Nurses Protect Newborns During Earthquake in Nagaon Hospital

ভূমিকম্পৰ মাজতো নৱজাতকৰ কাষত থিয় দি মমতাৰ নিদৰ্শন দেখুৱালে নাৰ্ছে

কৰ্তব্যপৰায়ণতা আৰু মমতাৰ নিুদৰ্শন দেখুৱালে কেইগাৰাকীমান নাৰ্ছে। নগাঁৱৰ নেমচি হস্পিতালৰ নাৰ্ছৰ দায়িত্ববোধনৰ অনন্য নিদৰ্শন। Nagaon nurses earthquake rescue

Kaziranga Royal Bengal Tiger Death

দুই বাঘৰ যুঁজত কাজিৰঙাত ঢেঁকীয়াপতীয়া বাঘৰ মৃত্যু!

কাজিৰঙাত উদ্ধাৰ ঢেঁকীয়াপতীয়া বাঘৰ মৃতদেহ। দুই বাঘৰ মাজত হোৱা যুঁজত মৃত্যু হোৱাৰ সন্দেহ বন বিভাগৰ। আৰম্ভ কৰিছে তদন্ত। Kaziranga tiger death

BJP's 'SR' Scheme Threatens the Future of Indigenous People: Devabrata Saikia's Explosive Allegations

বিজেপিৰ SR-ৰ ফান্দত বিপন্ন খিলঞ্জীয়াৰ ভৱিষ্যতঃ দেৱব্ৰত শইকীয়াৰ অভিযোগ

তৈয়বুল্লা পথৰ ঘটনাক লৈ বিজেপিৰ বিৰুদ্ধে দেৱব্ৰত শইকীয়াৰ বিস্ফোৰক মন্তব্য ভোটাৰ তালিকাত বিহাৰ-উত্তৰ প্ৰদেশৰ ব্যক্তিৰ নাম। বিজেপিৰ ‘SR’-ৰ ফান্দত বিপন্ন খিলঞ্জীয়াৰ ভৱিষ্যত। BJP Special Revision Assam

ভেনিজুৱেলাত অস্থিৰতা: ভাৰতীয় নাগৰিকক অতি-আৱশ্যক নহ’লে ভ্ৰমণ এৰাই চলিবলৈ পৰামৰ্শ

বিদেশ মন্ত্ৰালয়ে ভেনিজুৱেলাত উপস্থিত সকলো ভাৰতীয় নাগৰিকক অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ আৰু অতি প্ৰয়োজন নাথাকিলে নিজৰ চলাচল সীমিত ৰাখিবলৈ পৰামৰ্শ দিছে (India advisory on Venezuela travel)।