Assam BJP MLA ticket cut 2026: Which 10–12 BJP MLAs May Lose Tickets?

বিজেপিৰ টিকট কৰ্তনৰ তালিকাত কোন কোন বিধায়কৰ নাম ?

পাখি কটা যাব পাৰে ১০-১২ গৰাকী বিধায়কৰ । ২২-৩২ জনকৈ নতুন মুখক প্ৰাৰ্থিত্ব প্ৰদানৰ সভাৱনা। এক উচ্চস্তৰীয় বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে দিলে এই ইংগিত। Assam BJP MLA ticket cut 2026

US to Run Venezuela Until Safe Transition: Trump After Maduro Capture

“সুৰক্ষিত আৰু সঠিক পৰিৱর্তন নোহোৱা পৰ্যন্ত ভেনিজুৱেলা চলাব আমেৰিকাই” – ভেনিজুৱেলাত সামৰিক অভিযানৰ পাছত ড’নাল্ড ট্ৰাম্প

আমেৰিকাই ভেনিজুৱেলাত চলোৱা আক্ৰমণক দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সৰ্বাধিক শক্তিশালী সামৰিক আক্রমণ আখ্যা ট্ৰাম্পৰ । ভেনিজুৱেলাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি মাদুৰো আৰু পত্নীক আটক কৰি দেশৰ বাহিৰলৈ প্ৰেৰণ । - Venezuela US Military…

Batadrava Cultural Project Foreign Tourists

বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পত প্ৰথমটো বিদেশী পৰ্যটকৰ দল

২৯ ডিচেম্বৰত মুকলি কৰা বটদ্ৰৱা সাংস্কৃতিক উপস্থিত প্ৰথমটো বিদেশী পৰ্যটকৰ দল। অসমীয়া জাতীয় সাজ পৰিধান কৰি বটদ্ৰৱা থানতো উপস্থিত হয় ইটালী,বেলজিয়াম আৰু লিথুৱেনিয়াৰ পৰ্যটকৰ দলটো। Batadrava Cultural Project Foreign Tourists

Gaurav Gogoi Tinsukia Statement: Gaurav Gogoi Targets BJP Ahead of Assam Election 2026

২০২৬ ত হ’ব ৰাইজ বনাম অহংকাৰী ৰজাৰ যুঁজ; তিনিচুকীয়াত গৌৰৱ গগৈৰ বিজেপিক তীব্ৰ আক্ৰমণ

তিনিচুকীয়াত APCC সভাপতি গৌৰৱ গগৈয়ে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনক “ৰাইজ বনাম অহংকাৰী ৰজাৰ যুঁজ” বুলি আখ্যা দি বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ আক্ৰমণ চলায়।- Gaurav Gogoi Tinsukia Statement

AGP–BJP Tussle in Barhampur: Is BJP MLA Jitu Goswami’s Political Future at Risk?

অগপক লাগে বঢ়মপুৰ, কি হব বিজেপি বিধায়ক জিতু গোস্বামীৰ ৰাজনৈতিক ভৱিষ্যত?

অগপৰ প্ৰাৰ্থিত্বৰ দাবীয়ে জটিল কৰিছে বঢ়মপুৰৰ সমীকৰণ। পূৰ্বৰ অগপৰ দখলত থকা বঢ়মপুৰ ঘূৰাই লাগে অগপক। বঢ়মপুৰ অগপক দিলে কি হ'ব জিতু গোস্বামীৰ ৰাজনৈতিক ভৱিষ্যত? Barhampur constituency BJP AGP dispute

Demons Must Be Punished”: Garima Saikia Garg after Zubeen Garg Death Hearing

অসুৰ বধ হ’বই লাগিব: শুনানিৰ পাছত মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গৰ মৃত্যুৰ শুনানিৰ পাছত গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য। অসুৰ কেইটাই শাস্তি পাবই লাগিব। তেওঁলোকৰ মুখত কোনো অনুশোচনা নেদেখিলোঁ। অসুৰ বধ হ’বই লাগিব। Zubeen Garg death hearing

Parthajit Barua World Book Fair 2026

World Book Fair 2026 ৰ আলোচনা চক্ৰলৈ পাৰ্থজিৎ বৰুৱাক আমন্ত্ৰণ

নতুন দিল্লীৰ ৱৰ্ল্ড বুক ফেয়াৰত বিশেষ বক্তৃতাৰ বাবে আমন্ত্ৰণ পাৰ্থজিৎ বৰুৱাক। চিনেমাত ভাৰতীয় সেনাৰ উপস্থাপন শীৰ্ষক বিষয়ত বক্তৃতা আগবঢ়াব বৰুৱাই। Parthajit Barua World Book Fair 2026

Security forces during anti-Naxalite operation in Bastar, Chhattisgarh

ছত্তীশগড়ৰ বস্তাৰত সংঘটিত দুটা পৃথক সংঘৰ্ষত ১৪ নক্সাল নিহত, বৃহৎ পৰিমানৰ অস্ত্ৰ উদ্ধাৰ

ছত্তীশগড়ৰ বস্তাৰ অঞ্চলত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ১৪ জন সশস্ত্ৰ নক্সাল নিহত। শুক্মা আৰু বিজাপুৰত অভিযান অব্যাহত।-Bastar Naxalite Encounter

465 Police Personnel Honoured with Assam DGP Commendation Medal 2025

Assam DGP Commendation Medal 2025: ৪৬৫ গৰাকী আৰক্ষীলৈ আৰক্ষী সঞ্চালকৰ পদক

অসম আৰক্ষীৰ ৪৬৫ গৰাকী আৰক্ষীলৈ DGP ৰ প্ৰশংসা পদক। তালিকাত অন্তৰ্ভুক্ত নগাঁৱৰ ৮ গৰাকী বিষয়া-কনিষ্টবলৰ নাম। নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ সোণৰ পদক। Assam DGP Commendation Medal 2025

A Unique Velaghar Built in Memory of Zubeen Garg at Raha

Zubeen Garg Velaghar Tribute: জুবিন গাৰ্গৰ অন্তিম স্মৃতিত ভগৱানৰ হাতৰ পৰশত প্ৰাণ পাইছে ভেলাঘৰ

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই ৰহাত ভগৱানৰ হাতৰ পৰশত প্ৰাণ পাইছে ভেলাঘৰ। উদাসীন গাৰ্গ, কাকু গাৰ্গৰ লগতে মায়াবিনীকো প্ৰাণ দিয়াৰ চেষ্টা। Zubeen Garg Velaghar Tribute

Border 2 Ghar Kab Aaoge video song featuring Sunny Deol Varun Dhawan Diljit Dosanjh

বর্ডাৰ 2: এক ৰাষ্ট্ৰ, এক অনুভৱ, এক প্ৰশ্ন—घर कब आओगे

Border 2 ছবিখনৰ বহুল প্ৰতীক্ষিত গীত ‘घर कब आओगे’ৰ ভিডিঅ’ মুক্তি। চানী দেউল, বৰুণ ধাৱন, দিলজিৎ দোসাঞ্জ আৰু আহান শেঠীক দেখিবলৈ পাব একেলগে। আইকনিক ‘संदेशे आते हैं’ৰ নতুন সংস্কৰণ।

Mumbai Ahmedabad Bullet Train Project construction progress India

২০২৭ত চলিব দেশৰ প্ৰথমখন বুলেট ট্ৰেইন: মুম্বাই–আহমেদাবাদ প্ৰকল্পত দ্ৰুত অগ্ৰগতি

২০২৭ত চলিব দেশৰ প্ৰথমখন বুলেট ট্ৰেইন। মুম্বাই–আহমেদাবাদ প্ৰকল্পৰ টানেল, ষ্টেচন, নতুন প্ৰযুক্তি আৰু ন’ইজ বেৰিয়াৰ সকলো সামৰি পঢ়ক সম্পূৰ্ণ প্ৰতিবেদনটো।-India First Bullet Train Project