Anti-India Sentiment Rises in Bangladesh: কট্টৰপন্থী নেতাৰ উচতনি, হিন্দুৰ ওপৰত ভয়ংকৰ অত্যাচাৰ
India Bangladesh Anti-India Sentiment ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে। কট্টৰপন্থী বাংলাদেশী নেতাৰ উচতনিত ভাৰত বিদ্বেষ, উত্তৰ পূৰ্বাঞ্চল বিচ্ছিন্ন কৰাৰ হুংকাৰ আৰু হিন্দুৰ ওপৰত নৃশংস অত্যাচাৰৰ ঘটনা পোহৰলৈ আহিছে।
Dhing family murder: ধিঙত পত্নী আৰু দুই কন্যাক কুঠাৰেৰে ঘপিয়াই হত্যা পিতৃৰ
নগাঁও জিলাৰ ধিঙত সংঘটিত হোৱা এক চাঞ্চল্যকৰ হত্যাকাণ্ডই (Dhing family murder) সমগ্ৰ অসম কঁপাই তুলিছে। পাৰিবাৰিক কন্দলৰ ফলত পিতৃয়ে পত্নীসহ দুই কন্যাক কুঠাৰেৰে হত্যা কৰা এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি…
Indian Mission Attack Bangladesh: চট্টগ্ৰামত ভাৰতীয় সহকাৰী উচ্চায়ুক্তৰ বাসভৱনত নিশা আক্ৰমণ, ঢাকাত ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়বন্ধৰ ভাবুকি
Indian Assistant High Commission Bangladesh Attack ঘটনাই বাংলাদেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। ওচমান হাদিৰ মৃত্যুক কেন্দ্ৰ কৰি চট্টগ্ৰামত ভাৰতীয় সহকাৰী উচ্চায়ুক্তৰ বাসভৱনত নিশা আক্ৰমণৰ চেষ্টা আৰু ঢাকাস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়…
Adani Judge Transfer Controversy: আদানীগোষ্ঠীৰ কোম্পানীৰ বিৰুদ্ধে ৰায় দান কৰা ন্যায়াধীশক বদলি
Adani Judge Transfer Controversyক কেন্দ্ৰ কৰি দেশজুৰি প্ৰতিক্ৰিয়া। আদানীগোষ্ঠীৰ বিৰুদ্ধে ৰায় দিয়াৰ পিছতে ৰাজস্থানত ন্যায়াধীশ বদলি, চৰকাৰ আৰু ন্যায় ব্যৱস্থাৰ ভূমিকাক লৈ প্ৰশ্ন।
Tension-Free Medicine at Night: ৰাতিৰ ভিতৰতে যিকোনো টেনশ্যন দূৰ কৰিবলৈ কৰক এই কাম..
আপোনাৰ পৰিয়ালত কন্দল হৈছে নেকি, ভাই ককাইৰ মাজত কাজিয়া হৈছে নেকি, অফিচত টেনশ্যন হৈছে নেকি, মালিকৰ সৈতে টেনশ্যন হৈছে নেকি? তেন্তে চিন্তা নকৰিব, ৰাতি কৰক এই কাম(Tension-Free Medicine at Night)।…
জুবিন গাৰ্গৰ মৃত্যুক লৈ দুই দেশত দুটা পৃথক কাহিনী! অসমত হত্যাৰ গোচৰ, ছিংগাপুৰ আৰক্ষীৰ দাবী— তদন্ত এতিয়াও শেষ হোৱা নাই
ছিংগাপুৰ আৰক্ষীয়ে কয়, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত এতিয়াও অব্যাহত আছে আৰু এই গোচৰ Singapore Coroners Act 2010 অনুসৰি চলি আছে। -Zubeen Garg death probe
Akhil Gogoi SIT Chargesheet Controversy: এছ আই টিৰ চার্জশ্বিট ৰাজহুৱা কৰি বিপদত অখিল গগৈ
Akhil Gogoi SIT Chargesheet বিতৰ্ক: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এছ আই টিৰ চার্জশ্বিট নীতিবহিৰ্তভাবে ৰাজহুৱা কৰাৰ অভিযোগত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু। সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক।
Pariksha Pe Charcha: ব্ৰহ্মপুত্ৰৰ বুকুত ‘চৰাইদেউ’ত ২৫ গৰাকী ছাত্র-ছাত্রীৰে প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’
Pariksha Pe Charcha কাৰ্যসূচীৰ অংশ হিচাপে ব্ৰহ্মপুত্ৰৰ বুকুত ‘চৰাইদেউ’ ৰিভাৰ ক্ৰুজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ ২৫ গৰাকী ছাত্র-ছাত্রীৰ সৈতে বাৰ্তালাপ কৰিব।
Assam Declared Foreign Nationals Expulsion: ২০ বছৰৰ পুৰণা ট্ৰাইব্যুনেল ৰায়ৰ আধাৰত নগাঁৱৰ ১৫ জন ঘোষিত বিদেশীক ২৪ ঘণ্টাৰ আল্টিমেটাম
Assam Declared Foreign Nationals Expulsion গোচৰৰ শুনানীৰ ভিত্তিত নগাঁও জিলাত ১৫ জন ঘোষিত বিদেশীৰ নাম, পিতৃ/স্বামীৰ নাম আৰু ঠিকনাসহ ২৪ ঘণ্টাৰ ভিতৰত অসম এৰাৰ নিৰ্দেশ। বিদেশী ট্ৰাইব্যুনেলৰ পুৰণা ৰায় কাৰ্যকৰী।
ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত Zubeen Garg Statue : হৃদয়ত জীয়াই আছে প্ৰাণৰ শিল্পী
গুৱাহাটীৰ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চৌহদত উন্মোচন কৰা হ’ল Zubeen Garg Statue। প্ৰায় দহ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰসহ বহু বিশিষ্ট ব্যক্তি।
গুৱাহাটী মহানগৰীত নাৰী সুৰক্ষাৰ নতুন ব্যৱস্থা: এটা বুটাম টিপিলেই আৰক্ষী হাজিৰ-Women Safety Button
গুৱাহাটী স্মাৰ্ট চিটিত নাৰী সুৰক্ষাৰ বাবে আৰম্ভ হৈছে Guwahati Women Safety Button ব্যৱস্থা। এটা বুটাম টিপিলেই আৰক্ষী উপস্থিত হৈ মহিলা আৰু কিশোৰীক সুৰক্ষা দিব। জৰুৰী কল বক্সে অপৰাধ নিয়ন্ত্ৰণত সহায়…
Ajmal morphed photos controversy: অৰ্ধ উলংগ শৰীৰত আজমলৰ মুখাবয়ব লগাই ভাইৰেল কৰিলে দুষ্টচক্ৰই
Ajmal morphed photos controversy ক লৈ অসমত তীব্ৰ প্ৰতিক্ৰিয়া। দুষ্টচক্ৰৰ দ্বাৰা এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল, পুত্ৰ আৰু ভাতৃৰ বিকৃত অৰ্ধ উলংগ ফটো ভাইৰেল কৰাৰ অভিযোগ। আৰক্ষীত গোচৰ ৰুজু।











