নাম সলনি হব এম জি এনৰেগাৰ (MGNREGA)
কেন্দ্ৰীয় চৰকাৰে যোৱা ১২ ডিচেম্বৰত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে এই আইনখনৰ নাম হব পূজ্য বাপু গ্ৰাম্য নিয়োগ নিশ্চিত আইন।
ফেমেলী মেন ৩ ৰ নিমাৰ চৰিত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ক্যাৰোল আন্দ্ৰেয়া কেভিচুচা – Carol Andrea Kevichusa
এই ৱেৱ চিৰিজখনৰে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ হৈছে নিমা।নিমা এগৰাকী বিদ্ৰোহী যুৱতী। বিদ্ৰোহী যুৱতী 'নিমা'ৰ চৰিত্ৰত অনবদ্য অভিনয় কৰিছে ক্যাৰোল আন্দ্ৰেয়া কেভিচুচাই (Carol Andrea Kevichusa ) নামৰ উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী যুৱতীয়ে।
বিশ্ববিজয়ী চিমু দাসৰ পৰিয়ালৰ বিষয়ে জানিলে আপোনাৰো নিগৰিব অশ্ৰু
বিশ্ব ক্ৰিকেটত উজলি দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা চিমু দাসৰ পৰিয়ায়লৰ দুৰৱস্থাৰ বিষয়ে জানিলে আপোনাৰো ওলাব চকুপানী।
মাতৃভূমিক বিশ্বাসঘাতকতা কৰি আৰক্ষীৰ জালত বায়ুসেনাৰ প্ৰাক্তন বিষয়া – Ex–Indian Air Force Officer Arrested
দায়িত্বত আছিল দেশমাতৃৰ সুৰক্ষাৰ। কাম কৰিছিল পাকিস্তানী চোৰাংচোৱাৰ। জালত পৰিল আৰক্ষীৰ।
Major Eviction Drive: ১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব উচ্ছেদ অভিযানঃ সাজু নগাঁও জিলা প্ৰশাসন
নগাওঁ জিলাৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত একাংশ অঞ্চলত অহা ১৬ ডিচেম্বৰত এক বৃহৎ উচ্ছেদ অভিযান চলিব বুলি ধিং ৰাজহ চক্ৰৰ পৰা জানিব পৰা গৈছে ।
বঢ়মপুৰৰ প্ৰাৰ্থিত্বকলৈ বিৰোধী ঐক্যত সংঘাতৰ সম্ভাৱনা
বঢ়মপুৰ: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা এসময়ৰ বিজেপিৰ প্ৰভাৱশালী নেতা ৰাজেন গোহাঁইয়ে অসম জাতীয় পৰিষদত যোগদান কৰি দলটোৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব লোৱাৰ পিচত বঢ়মপুৰ বিধান সভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিব…
নগাঁও জিলাত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া ৰহাটকৰ
ৰাষ্ট্ৰীয় মহিলা আয়োগে মহিলা সম্পৰ্কীয় অমিমাংসিত গোচৰৰ ক্ষেত্ৰত গ্ৰহণ কৰিব ৰাজহুৱা শুনানী
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা সন্দৰ্ভত মন্তব্য আঙুৰলতা ডেকাৰ
অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে দাখিল কৰা অভিযোগনামা সম্পৰ্কত ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই এই অভিযোগনামাখন এখন শক্তিশালী অভিযোগনামা বুলি মন্তব্য কৰে।তেওঁ কয় যে-পৰৱৰ্তী সময়ত আইনে…








