শীৰ্ষ সংবাদ বিশিষ্ট সাংবাদিক প্রফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান
T
The News Source
14 Dec 2025, 5:56 PM · 1 মিনিট পঢ়াৰ সময়
বিশিষ্ট সাংবাদিক প্রফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান
দ্য আছাম ট্রিবিউন কাকতৰ পৰিচালন সঞ্চালক আছিল বৰুৱা
আছাম ট্রিবিউন গোষ্ঠীৰ অন্যতম পুৰোধা আছিল বৰুৱা
৯৪ বছৰ বয়সত এপ’ল’ হাস্পতালত তেওঁৰ মৃত্যু
এসপ্তাহ ধৰি চিকিৎসাধীন হৈ আছিল বৰুৱা
কাইলৈ তেখেতৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন হ’ব
২০১৮ চনত তেওঁ লাভ কৰিছিল পদ্মশ্রী সন্মান
সংবাদ জগতলৈ আগবঢ়োৱা অবদানৰ বাবে লাভ কৰিছিল এই সন্মান
Advertisement