মৰিগাঁৱত ভূমিকম্পৰ সময়ৰ দুৰ্যোগ সহাঁৰিৰ মকড্ৰিল
মৰিগাঁও জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত বিশেষ মকড্ৰিল। জাগীৰোড কলেজত এনডিআৰএফৰ ভূমিকম্পৰ সময়ৰ দুৰ্যোগ সহাঁৰিৰ অনুশীলনত জিলা আয়ুক্ত অনামিকা তেৱাৰী। Morigaon Earthquake Mock Drill


