অসম প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাতঃ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগ
অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগ(Bhupen Borah Resigns)। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ। স্বাভিমানৰ প্ৰশ্ন আহিছে বুলি মন্তব্য ভূপেন বৰাৰ।
⫸ Fast. Fair. Fearless. ⫷
অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগ(Bhupen Borah Resigns)। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ। স্বাভিমানৰ প্ৰশ্ন আহিছে বুলি মন্তব্য ভূপেন বৰাৰ।
ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ বস্ত্ৰশিল্প। ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই অসমৰ বস্ত্ৰ-ঐতিহ্যক উজলালে নিউ ইয়ৰ্ক ফেশ্বন সপ্তাহত। Assam Handloom
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ হিতাধিকাৰীক চেক বিতৰণ।অসমত 'এমপ্লয়াৰ' বা নিয়োগ সৃষ্টিকাৰীৰ প্ৰয়োজন।অসমীয়াই অসমৰ ইতিহাস আৰু। অসমীয়াৰ গৌৰৱময় গাথা লিখিবঃ মুখ্যমন্ত্ৰী। Mukhyamantri Atmanirbhar Achoni 2.0
নগাঁৱত হজ যাত্ৰীক প্ৰশিশক্ষণ। দাৰুল উলুম নগাঁও মাদ্ৰাছাৰ হজ যাত্ৰীক প্ৰশিক্ষণৰ লগতে জ্ঞাপন কৰা হয় সম্বৰ্ধণা। Hajj Training Camp Nagaon 2026
কেইবাহাজাৰ কোটি টকাৰ বহুকেইটা প্ৰকল্প লাভ কৰিব অসমে। অসমত নিৰ্মাণ হ'ব দেশৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয়টো আন্ডাৰ ৱাটাৰ ৰেল কাম ৰোড টানেল। Underwater Rail Road Tunnel Assam
আকাশৰ বুকুত শিমলু,পলাশ, মদাৰৰ জুই।মোকটো পোৱাই চিনি, মই যে ফাগুন। Fagun Festival in Assam
আকাশ ৰঙীন কৰি ধূলিয়ৰি বাটেৰে আহিছে ফাগুন। ফাগুনত ৰঙা শিমলুৱে পৰ্যটকক হাত বাউলি মাতিছে লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যলৈ। উলহ মালহেৰে তৃতীয়বাৰৰ বাবে অনুষ্ঠিত শিমলু উৎসৱ। -Simolu Utsav 2026
ডিব্ৰুগড়ৰ মৰাণৰ ৰাজপথত অৱতৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ইয়াৰ পিছতে গুৱাহাটীত উপস্থিত হৈ খানাপাৰাত আয়োজিত বুথ সন্মিলনত অংশ লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । - Modi Assam Visit
বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্যিক তৰেণ বড়োৰ দেহৱসান। মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ । Taren Boro Passes Away
কাজিৰঙাত আফ্ৰিকাৰ ক্ৰীড়া অনুষ্ঠানৰ ফুটবল খেল। ক্ৰীড়াৰ জৰিয়তে বনাঞ্চল অথবা বণ্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা অনাৰ চেষ্টা। Bola Bola Sports for All Wildlife Forever”ৰ সহযোগত ফুটবল প্ৰতিযোগিতা। Kaziranga Football Tournament 2026
প্ৰধানমন্ত্ৰীলৈ অসম জাতীয় পৰিষদৰ প্ৰশ্ন। ঘোষণাৰ ১১ বছৰৰ পিছতো অসমৰ বিদেশী বিতাড়ন নহ'ল কিয়? দুৰ্নীতিমুক্ত অসমৰ প্ৰতিশ্ৰুতি কেতিয়া পূৰণ হব? ৬জনগোষ্ঠীক জনজাতিকৰণৰ কেতিয়া কৰিব?Assam Foreigners Deportation
জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া বিলম্ব হোৱাৰ অভিযোগ। ফাষ্টট্ৰেক আদালতৰ দাবী অজাপৰ। জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত উপেক্ষা কৰিলে গণতান্ত্ৰিক আন্দোলনৰ সকিয়নি। Zubeen Garg Justice Delay