বাংলাদেশৰ সংসদীয় নিৰ্বাচনত বি এন পি-ৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা
বাংলাদেশৰ সংসদীয় নিৰ্বাচনত বি এন পি-ৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা। চৰকাৰ গঠনৰ দিশে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ। একমাত্ৰ বিজয়ী হিন্দু প্ৰাৰ্থী জ্ঞানেশ্বৰ চন্দ্ৰ ৰয় পৰবৰ্তী প্ৰধানমন্ত্ৰী হ'ব তাৰিক ৰহমান। Bangladesh Election 2026


