Ajit Pawar plane crash death: বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু
বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ শোক প্ৰকাশ। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰো শোক প্ৰকাশ। Ajit Pawar plane crash death


