কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ অপচেষ্টা
সৰ্বানন্দ সোণোৱাল স্বাক্ষৰ জালিয়াতিৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিলৈ পত্ৰ। সামাজিক মাধ্যমত ভূৱা পত্ৰ প্ৰচাৰ। Sarbananda Sonowal Fake Letter
⫸ Fast. Fair. Fearless. ⫷
সৰ্বানন্দ সোণোৱাল স্বাক্ষৰ জালিয়াতিৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিলৈ পত্ৰ। সামাজিক মাধ্যমত ভূৱা পত্ৰ প্ৰচাৰ। Sarbananda Sonowal Fake Letter
দক্ষিণ স্পেইনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা। ৰেল দুৰ্ঘটনাত নিহত ২১ গৰাকীকৈ যাত্ৰী। দ্ৰুতগতিৰ ৰেল লাইনচ্যুত, উদ্ধাৰ অভিযান অব্যাহত। Spain Train Accident
পবিতৰাত সন্মিলিত বিশ্বৰ ২০ খনতকৈয়ো অধিক দেশৰ প্ৰায় এশ প্ৰৱাসী অসমীয়া। মায়ঙত "অসমত পক্ষী বৈচিত্ৰ্য আৰু পক্ষী পৰ্যটনৰ সম্ভাৱনা” শীৰ্ষক সন্মিলন ২০২৬ ত অংশগ্ৰহণ। Pobitora Wildlife Sanctuary Assamese Diaspora
কাজিৰঙা এলিভেটেড কৰিডৰ মুকলি অনুষ্ঠানত কংগ্ৰেছক তুলাধূনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ভাৰ্চুৱেল পদ্ধতিৰে মুকলি অমৃত ভাৰত ৰেল। Kaziranga Elevated Corridor
এমাহৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে অসম ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আধাৰশিলা কৰিলে ৬ হাজাৰ কোটি টকীয়া এলিভেটেড কৰিডৰৰ। ডেৰ লক্ষাধিক লোকক সম্বোধন প্ৰধানমন্ত্ৰীৰ। PM Narendra Modi Assam Visit
এমাহত দুবাৰকৈ অসম ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মৌচন্দা পথাৰৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ২০২৬ ত চৰকাৰ গঠন কৰি উপহাৰ দিয়া হ'ব প্ৰধানমন্ত্ৰীক। পাকিস্তানি এজেণ্টৰ ওচৰ আত্মসমৰ্পন নকৰে…
বাগুৰুম্বা নৃত্যই সৃষ্টি কৰিলে ইতহাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত ১০ হাজাৰৰো অধিক শিল্পীয়ে বাগুৰুম্বা নৃত্য পৰিৱেশন কৰি গঢ়িলে অভিলেখ। Bagurumba Dance World Record
এলিভেটেড কৰিডৰ নিৰ্মাণৰ পূৰ্বে প্ৰভাৱ অধ্যয়নৰ আহ্বান ইলোৰা বিজ্ঞান মঞ্চৰ। নির্মাণ কালত এনিমেল ক'ৰিড'ৰ বন্ধ হোৱাৰ আশংকা। Elevated Corridor Kaziranga
হাওৰা-কলিকতা যাতায়তৰ বাবে প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ শুভাৰম্ভ। শনিবাৰে শুভাৰম্ভ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। Vande Bharat Sleeper Express Guwahati Howrah
জুবিন হত্যাৰ গোচৰৰ চতুৰ্থ শুনানীত অধিবক্তাৰ যুক্তি প্ৰদৰ্শন। বিচাৰৰ ৰায়কলৈ আত্মবিশ্বাসী গৰিমা, পামী। Zubin Garg Murder Case Hearing
টাৱাঙৰ চেলা হ্ৰদত অঘটন। বৰফত বুৰি মৃত্যু কেৰেলাৰ পৰ্যটকৰ। এজনৰ মৃতদেহ উদ্ধাৰ এতিয়াও সন্ধানহীন আন এজন পৰ্যটক। Tawang Sela Lake Tourist Death
আজি শিল্পী দিৱস। শিল্পী দিৱসত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক গৌতম শৰ্মাৰ এক বিশেষ লেখা। Jyotiprasad Agarwala Ideals