নগাঁৱত গণতন্ত্ৰ সুৰক্ষা মঞ্চৰ আহ্বানত গণ অভিবৰ্তন
নগাঁৱত গণতন্ত্ৰ সুৰক্ষা মঞ্চৰ আহ্বানত গণ অভিবৰ্তন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গণ স্বাক্ষৰৰ প্ৰস্তাৱ। উচ্চতম ন্যায়ালয়ত গোচৰ তৰাৰো সিদ্ধান্ত। Nagaon Mass Protest
⫸ Fast. Fair. Fearless. ⫷
নগাঁৱত গণতন্ত্ৰ সুৰক্ষা মঞ্চৰ আহ্বানত গণ অভিবৰ্তন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গণ স্বাক্ষৰৰ প্ৰস্তাৱ। উচ্চতম ন্যায়ালয়ত গোচৰ তৰাৰো সিদ্ধান্ত। Nagaon Mass Protest
সংবাদমেলত গৃহমন্ত্ৰী শ্বাহ, মুখ্যমন্ত্ৰী শৰ্মাক সমালোচনা জগদীশ ভূঞাৰ। গৃহমন্ত্ৰী শ্বাহৰ ভাষ ৰাজনৈতিক ভাষণবাজি। মুখ্যমন্ত্ৰীয়ে ঘৃণাসূচক বক্তব্য দিছে। Assam BJP failed to deport Bangladeshis
মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী হিচাপে অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰৰ শপতগ্ৰহণ। মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপমুখ্যমন্ত্ৰী সুনেত্ৰা। এন চি পি (Nationalist Congress Party) আৰু এন চি পি (এচ পি) (Nationalist Congress Party (…
সম্প্ৰতি হিন্দু মুছলমানৰ ৰাজনীতিয়ে সৰ্বসাধাৰণক অতিষ্ঠ কৰি তোলাৰ সময়ত সম্প্ৰীতিৰ অনন্য নিদৰ্শন দেখুৱালে কেইজনমান মুছলমান সম্প্ৰদায়ৰ লোকে। হিন্দু যুৱকৰ অন্তেষ্টিক্ৰিয়াত সম্পূৰ্ণ সহযোগ মুছলমান লোকৰ। Communal Harmony in Juria
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই পৰিচালনা কৰিব আবিৰ্ভাৱ ক্ষেত্ৰত। দৰ্শনাৰ্থীৰবাবে কেতবোৰ নিয়ম বলবৎ প্ৰশাসনৰ। নিয়ম নামানিলে ভৰিব লাগিব জৰিমনা। কি কি নীতি নিয়ম আছে জানি লওঁক। Batadrava Cultural Project
যজ্ঞৰ শুভাৰম্ভৰে মুকলি বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰ। প্ৰায় এটা পষেকৰ অন্তত ভক্তৰ বাবে মুকলি মহামৃত্যুঞ্জয় মন্দিৰ। Mahamrityunjay Temple Reopens
আসন বুজাবুজিত ঐক্যমতত উপনিত হ'ব পৰা নাই বিৰোধী। এক ফেব্ৰুৱাৰীত চূড়ান্ত সিদ্ধান্ত ৰাইজৰ দলৰ। চিপিআই, এই পি এইচ এনে চিৰ প্ৰাৰ্থী ঘোষণা। Opposition Alliance Assam
নগাঁৱতো পালন ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ। সজাগতামূলক বাইক ৰেলীৰে সামৰণি ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ'ৰ। বাইক ৰেলীত অংশগ্ৰহণ জিলা আয়ুক্তৰ। National Road Safety Month Nagaon
সণোৱালৰ গৃহ চহৰৰ পৰাই হিমন্তক একপ্ৰকাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ঘোষণা অমিত শ্বাহৰ। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তৃতীয় বাৰৰ বাবে বিজেপি চৰকাৰ জয়ী কৰাবলৈ আহ্বান জনাই শ্বাহৰ হুংকাৰ। এজন এজন অনুপ্ৰৱেশকাৰীক…
মৰিগাঁও জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত বিশেষ মকড্ৰিল। জাগীৰোড কলেজত এনডিআৰএফৰ ভূমিকম্পৰ সময়ৰ দুৰ্যোগ সহাঁৰিৰ অনুশীলনত জিলা আয়ুক্ত অনামিকা তেৱাৰী। Morigaon Earthquake Mock Drill
নুৰুদ্দিন আহমেদে লাভ কৰিলে পদ্মশ্ৰী। নুৰুদ্দিন আহমেদলৈ পদ্মশ্ৰী যোগ্য জনলৈ যোগ্য স্বীকৃতি। নুৰুদ্দিন আহমেদৰ শিল্প সাধনা আৰু পদ্মশ্ৰী সন্মানক লৈ এক বিশেষ লেখা। Nuruddin Ahmed Padma Shri
আন এক ভাল খবৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। কাছৰ ওপৰ হোৱা সমীক্ষাত পোহৰলৈ আহিছে সাতটা প্ৰজাতিৰ ৯৪৫ টা কাছ। আছে চাৰিটা বিপন্ন প্ৰজাতিৰ কৰা বৰকাছও। Kaziranga Turtle Survey