শীৰ্ষ সংবাদ

Drug Peddler Arrested in Nagaon with 7 Containers of Suspected Heroin

নিষিদ্ধ ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান। অভিযানত ড্ৰাগছ ভৰ্তি ৭ টাকৈ কন্টেইনাৰসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী। Drug Peddler Arrested in Nagaon

Amit Shah chairs security meeting on Mission Mode Counter Terror operations in Jammu and Kashmir

সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি আৰু বিত্তীয় যোগান বন্ধ কৰিবলৈ মিছন মোডত অভিযান চলাই যাওক: অমিত শ্বাহ

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি আৰু বিত্তীয় যোগান বন্ধ কৰিবলৈ মিছন মোডত সন্ত্ৰাসবাদ বিৰোধী অভিযান অভিযান চলাই যাবলৈ নিৰ্দেশ দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। Mission Mode Counter Terror অভিযান সন্দৰ্ভত সম্পূৰ্ণ তথ্য…

Marinera Oil Tanker Seized by US Coast Guard with Indian Crew Onboard

আমেৰিকাই জব্দ কৰা ৰাছিয়াৰ তেলবাহী জাহাজত আছে তিনিগৰাকী ভাৰতীয় কৰ্মী

আমেৰিকাই জব্দ কৰা ৰাছিয়াৰ তেলবাহী জাহাজ Marinera ত তিনিগৰাকী ভাৰতীয় কৰ্মী থকা বুলি প্ৰকাশ। Marinera Oil Tanker Seized ৰ ঘটনাক লৈ ৰাছিয়াই আমেৰিকাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় আইন উলংঘনৰ অভিযোগ উত্থাপন কৰিছে।

Russia Oil Tanker Seized with UK Enabling Support

ৰাছিয়াৰ তেলবাহী জাহাজ জব্দ কৰিবলৈ ট্ৰাম্পক ‘সহায়ক সমৰ্থন’ যুক্তৰাজ্যৰ

ৰাছিয়াৰ পতাকাযুক্ত তেলবাহী জাহাজ জব্দ কৰাৰ আমেৰিকাৰ অভিযানত যুক্তৰাজ্যই ‘সহায়ক সমৰ্থন’ আগবঢ়ালে। Russia Oil Tanker Seized ৰ এই ঘটনাক লৈ ট্ৰাম্প–ষ্টাৰমাৰ আলোচনা আৰু ছাঁয়া জাহাজৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ।

Assam Jatiya Parishad Warns BJP Over Assam Voter List Controversy

অসমক বিহাৰ বুলি নাভাৱিবলৈ অসম জাতীয় পৰিষদৰ সকীয়নি

বিজেপি চৰকাৰক খিলঞ্জীয়া অসমীয়াৰ শত্ৰু আখ্যা অসম জাতীয় পৰিষদৰ। ভোটাৰ তালিকাৰ বিশেষ সংশোধন (এছ আৰ) প্ৰক্ৰিয়াক লৈ পুনৰ সৰৱ অসম জাতীয় পৰিষদ। Assam voter list controversy

Assam Israel Film PIFF 2026 selected movie Murders Too Close Love Too Far

অসমত নিৰ্মিত ভাৰত-ইজৰাইলৰ যৌথ প্ৰযোজনাৰ ছবিৰ আন্তঃৰাষ্ট্ৰীয় সফলতা

অসমত নিৰ্মিত ভাৰত-ইজৰাইলৰ যৌথ প্ৰযোজনাৰ ছবি Murders Too Close – Love Too Far পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৬লৈ নিৰ্বাচিত হৈছে। - Assam Israel Film PIFF 2026

Prime Minister Narendra Modi meeting India AI startups ahead of AI Summit 2026

দেশৰ এআই (AI) ষ্টাৰ্ট-আপসমূহক চৰকাৰী সহায়ৰ আশ্বাস প্ৰধানমন্ত্ৰী মোদীৰ

ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬ৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় এআই ষ্টাৰ্ট-আপসমূহক সম্পূৰ্ণ চৰকাৰী সহায়ৰ আশ্বাস দিয়ে আৰু ‘Made in India, Made for the World’ এআই মডেলৰ ওপৰত গুৰুত্ব আৰোপ কৰে।-…

Bomb Threats to Courts Across Bihar, Odisha, Chhattisgarh and Himachal Pradesh; Judicial Work Disrupted

বিহাৰ, ওড়িশা আৰু ছত্তীশগড়কে ধৰি চাৰিখন ৰাজ্যৰ আদালতত বোমাৰ ভাবুকি

বিহাৰ, ওডিশা, ছত্তীশগড় আৰু হিমাচল প্ৰদেশৰ একাধিক আদালতত ই-মেইলযোগে বোমা ভাবুকি লাভ হোৱাৰ পিছত আদালত খালী কৰা হয়। ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। -Bomb threats to courts

Assam Gears Up for Bagurumba Dance Record with Over 10,000 Bodo Artists at Sarusajai

এইবাৰ বড়ো জনগোষ্ঠীৰ বাগুৰুম্বাই গঢ়িব অভিলেখ

আন এক অভিলেখৰ দিশে অসম। বাগুৰুম্বাই গঢ়িব অভিলেখ। সৰুসজাইত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ১০ হাজাৰৰো অধিক শিল্পীৰ ‘বাগুৰুম্বা দহৌ নৃত্য’, নগাঁৱত প্ৰশিক্ষণ কৰ্মশালা। Bagurumba Dance Record Assam

Air India receives first line-fit Boeing 787-9 Dreamliner aircraft

৮ বছৰৰ মূৰত এয়াৰ ইণ্ডিয়াৰ বিমানৰ তালিকাত অন্তৰ্ভুক্ত হ’ল নতুন ড্ৰীমলাইনাৰ

টাটা গ্ৰুপৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াই ৮ বছৰৰ পিছত প্ৰথমখন লাইন-ফিট বোয়িং ৭৮৭-৯ ড্ৰীমলাইনাৰ বিমান লাভ কৰিছে। এই বিমানখন অহা কেইদিনমানৰ ভিতৰতে ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। - Air India Dreamliner

Tilak Varma ruled out due to injury ahead of New Zealand T20 series

তিলক বাৰ্মাৰ অস্ত্ৰোপচাৰ: খেলিব নোৱাৰিব নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা, বিশ্বকাপতো খেলাৰ সম্ভাৱনা কম

তিলক বাৰ্মাৰ অস্ত্ৰোপচাৰৰ পিছত নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা বাহিৰ হৈছে। ২০২৬ চনৰ আইচিচি টি-২০ বিশ্বকাপ খেলাৰ ক্ষেত্ৰতো তেওঁৰ অংশগ্ৰহণ সন্দেহৰ আৱৰ্তত পৰিছে।- Tilak Varma Injury