শীৰ্ষ সংবাদ

PM Narendra Modi Visits Assam Twice in a Month, Lays Foundation of Kaziranga Elevated Corridor

এটা মাহত দুবাৰকৈ অসম ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

এমাহৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে অসম ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আধাৰশিলা কৰিলে ৬ হাজাৰ কোটি টকীয়া এলিভেটেড কৰিডৰৰ। ডেৰ লক্ষাধিক লোকক সম্বোধন প্ৰধানমন্ত্ৰীৰ। PM Narendra Modi Assam Visit

Assam Assembly Election 2026: Himanta Biswa Sarma Says BJP Will Gift Assam Government to PM Modi

২০২৬ ত চৰকাৰ গঠন কৰি উপহাৰ দিয়া হ’ব প্ৰধানমন্ত্ৰীকঃ হিমন্ত বিশ্ব শৰ্মা

এমাহত দুবাৰকৈ অসম ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মৌচন্দা পথাৰৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ২০২৬ ত চৰকাৰ গঠন কৰি উপহাৰ দিয়া হ'ব প্ৰধানমন্ত্ৰীক। পাকিস্তানি এজেণ্টৰ ওচৰ আত্মসমৰ্পন নকৰে…

Bagurumba Dance World Record Created in Guwahati in Presence of PM Narendra Modi

বাগুৰুম্বাই গঢ়া অভিলেখৰ সাক্ষী হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বাগুৰুম্বা নৃত্যই সৃষ্টি কৰিলে ইতহাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত ১০ হাজাৰৰো অধিক শিল্পীয়ে বাগুৰুম্বা নৃত্য পৰিৱেশন কৰি গঢ়িলে অভিলেখ। Bagurumba Dance World Record

Ellora Science Forum Demands Impact Study Before Elevated Corridor in Kaziranga

এলিভেটেড কৰিডৰ প্ৰসংগত ইলোৰা বিজ্ঞান মঞ্চৰ আহ্বান

এলিভেটেড কৰিডৰ নিৰ্মাণৰ পূৰ্বে প্ৰভাৱ অধ্যয়নৰ আহ্বান ইলোৰা বিজ্ঞান মঞ্চৰ। নির্মাণ কালত এনিমেল ক'ৰিড'ৰ বন্ধ হোৱাৰ আশংকা। Elevated Corridor Kaziranga

Vande Bharat Sleeper Express Guwahati–Howrah Flagged Off by PM Narendra Modi

গুৱাহাটী–হাওৰা বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

হাওৰা-কলিকতা যাতায়তৰ বাবে প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ শুভাৰম্ভ। শনিবাৰে শুভাৰম্ভ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। Vande Bharat Sleeper Express Guwahati Howrah

Sela Lake Accident in Tawang: One Kerala Tourist Dead, Another Still Missing

Tawang Sela Lake Tourist Death: টাৱাঙৰ বৰফত এজনৰ মৃত্যু, সন্ধান পোৱা নাই আন এজন পৰ্যটকৰ

টাৱাঙৰ চেলা হ্ৰদত অঘটন। বৰফত বুৰি মৃত্যু কেৰেলাৰ পৰ্যটকৰ। এজনৰ মৃতদেহ উদ্ধাৰ এতিয়াও সন্ধানহীন আন এজন পৰ্যটক। Tawang Sela Lake Tourist Death

Jyotiprasad Agarwala Ideals: The Vision and Legacy of Assam’s Cultural Architect

অসমীয়া জাতিসত্তাৰ ৰূপকাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শ

আজি শিল্পী দিৱস। শিল্পী দিৱসত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক গৌতম শৰ্মাৰ এক বিশেষ লেখা। Jyotiprasad Agarwala Ideals

Chicken Meat Used for Rafale Aircraft Bird Strike Prevention Ahead of Republic Day

যুদ্ধ বিমান সুৰক্ষাত মুৰ্গী মাংস

১২৭৫ কিলোগ্ৰাম মুৰ্গী মাংস ব্যৱহাৰ হ'ব ৰাফেল, সুখোইৰ সুৰক্ষাৰ বাবে গণতন্ত্ৰ দিৱসৰ প্ৰাকমূহূৰ্তত চিকাৰী চৰাইক বাধা দিয়াৰ কৌশল। Rafale aircraft bird strike prevention

Prantik Magazine Editor Pradeep Baruah: Assam’s Intellectual Voice and Legacy

প্ৰান্তিক আৰু প্ৰদীপ বৰুৱাঃ এক বিশেষ লেখা

অসমৰ সংবাদ ক্ষেত্ৰখনৰ এহৰাকী ভোটাতৰা আছিল প্ৰদীপ বৰুৱা। প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱাৰ ওপৰত এক বিশেষ লেখা অধ্যাপক গৌতম শৰ্মাৰ। Prantik Magazine Editor Pradeep Baruah

Hojai Girls Shine in Assam U-14 Cricket, Bringing Pride to Central Assam

ক্ৰিকেটত সফলতা বুটলি মধ্য অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে তিনি কিশোৰীয়ে

ক্ৰীড়া জগতত মধ্য অসমৰ তিনি কিশোৰীৰ সফলতা। ১৪ বছৰ অনুৰ্দ্ধৰ অসম ক্ৰিকেট দলৰ হৈ খেলি সফলতা অৰ্জন তিনি কিশোৰীৰ। মধ্য অসমলৈ কঢ়িয়াই আনিলে গৌৰৱ। Hojai girls cricket success

Child Drama Based on Zubeen Garg’s Song Highlights Pressure on Children

জুবিন গাৰ্গৰ গীতৰ আধাৰত মঞ্চস্থ শিশু নাট ‘পাৰ্থক বচালে প্ৰভু শ্ৰীকৃষ্ণই’

জুবিন গাৰ্গৰ গীতৰ আধাৰত শিশু নাট 'পাৰ্থক বচালে প্ৰভু শ্ৰীকৃষ্ণই'। ১৮ টি শিশুক মঞ্চত উপস্থাপন লক্ষ্যজ্যোতি শইকীয়াৰ। Assamese Child Drama