Nuruddin Ahmed Snub: উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ নাপালে গুৰু আসনৰ ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদে
উলহ সালহেৰে মুকলি হ'ল বটদ্ৰৱা প্ৰকল্প। কিন্তু আমন্ত্ৰণ নাপালে গুৰু আসনৰ ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদে। আক্ষেপ নাই বিশিষ্ট কলা নিৰ্দেশকজনৰ। Nuruddin Ahmed Snub











