ভাৰতৰ GDP ৭.৪ শতাংশ হাৰত বৃদ্ধি পোৱাৰ সম্ভাৱনা: কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদন
কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ পূৰ্বানুমান ৭.৪ শতাংশলৈ বৃদ্ধি কৰিছে, যিটো যোৱা বিত্তীয় বৰ্ষত ৬.৫ শতাংশ আছিল। - India GDP Growth
⫸ Fast. Fair. Fearless. ⫷
কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ পূৰ্বানুমান ৭.৪ শতাংশলৈ বৃদ্ধি কৰিছে, যিটো যোৱা বিত্তীয় বৰ্ষত ৬.৫ শতাংশ আছিল। - India GDP Growth
সোমনাথ স্বাভিমান পৰ্ব ২০২৬-ৰ পূৰ্বে সোমনাথ মন্দিৰৰ স্মৃতি স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। ইতিহাসৰ বিভিন্ন আক্ৰমণৰ পিছতো সোমনাথ মন্দিৰে ভাৰতৰ সাংস্কৃতিক ঐক্য আৰু অটল বিশ্বাসক কেনেকৈ শক্তিশালী কৰি ৰাখিছে, সেই বিষয়ে…
প্ৰধানমন্ত্ৰীৰ আগমনক লৈ অন্তহীন ব্যস্ততা চৰকাৰ, প্ৰশাসনৰ। এতিয়া মৌচন্দা পথাৰত দিনে নিশাই ভিজিট মন্ত্ৰী, জিলা আয়ুক্তৰ। PM Modi Nagaon Visit
অন্ত পৰিল এক বৰ্ণিল ৰাজনৈতিক পৰিক্ৰমাৰ। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ আৰু নাই। বিভিন্নজনৰ শোক প্ৰকাশ। Kabindra Purkayastha Death
পদ পথৰ কুকুৰ (street dog) গণনাৰ দায়িত্ব প্ৰদান শিক্ষকক। কুকুৰ গণিব শিক্ষকে। শিক্ষা ব্যৱস্থা ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা। Street Dog Census Teachers Bihar
উচ্ছেদিত সকলৰ পুনৰসংস্থাপন আৰু মৌলিক অধিকাৰৰ দাবীত জিলা আয়ুক্তলৈ আমছু’ৰ স্মাৰক-পত্ৰ । এ আই ইউ ডি এফৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ৰাজপথৰ আন্দোলনৰ হুংকাৰ। AMSU eviction rehabilitation demand
নিজম পৰিল অসম গ্ৰন্থমেলাৰ বাকৰি। ৭.৪০ কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰে সামৰণি অসম গ্ৰন্থমেলাৰ। অসম গ্ৰন্থমেলাত অধিক সমাদৰ জুবিন গাৰ্গ সম্পৰ্কীয় গ্ৰন্থৰ। Assam Book Fair 2026
স্তব্ধ হ'ল । এটা বৰ্ণিল জীৱন। বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ দেহাৱসান। বিভিন্নজনৰ শোক প্ৰকাশ। Nalini Baruah Photographer
ৰূপহীহাট আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষীৰ জালত দুই দুধৰ্ষ ডকাইত। দুই ডকাইতৰ পৰা উদ্ধাৰ চীনত নিৰ্মিত পিষ্টল, মাৰণাস্ত্ৰ। Chinese-made pistol seized in Rupahihat
ভাইৰেল ভিডিঅক কেন্দ্ৰ কৰি নেপালত ধৰ্মীয় উত্তেজনা। সান্ধ্য আইন জাৰি। শ্বুট অন চাইট অৰ্ডাৰ। Nepal Religious Violence
ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ বিশেষ পত্ৰ প্ৰেৰণ জুবিন গাৰ্গৰ পৰিয়ালৰ। পত্নী গৰিমা শইকীয়া, ভগ্নী পামী বৰঠাকুৰ আৰু খুৰায়েক মনোজ বৰঠাকুৰে প্ৰেৰণ কৰা পত্ৰত কি আছে? পঢ়ক সবিশেষ। Zubeen Garg Justice Letter
ৰাতি ৰাতি অখিল গগৈৰ ফেচবুক লাইভ চাই মুখ্যমন্ত্ৰীয়ে। কোনো গুৰুত্বপূৰ্ণ বিষয়ত নহয় মনোৰঞ্জন দিবলৈ ফেচবুক লাইভ নিদিয়ে অখিল গগৈয়ে। মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। Akhil Gogoi Facebook Live controversy