দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত চিকিৎসাধীন ছোনিয়া গান্ধী
শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত ভৰ্তি কৰা হৈছে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক (Sonia Gandhi Hospitalised)। চিকিৎসকে তেওঁৰ স্বাস্থ্য সন্দৰ্ভত কি কৈছে, সবিশেষ জানক।





