শীৰ্ষ সংবাদ

NIA Files 1597 Page Chargesheet in Pahalgam Terror Attack Case

পেহেলগাম কাণ্ড সম্পৰ্কত এন আই এ ৰ ১৫৯৭ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল – Pahalgam Terror Attack Case

১৫৯৭ পৃষ্ঠাৰ চাৰ্জশ্বিটখনত উল্লেখ থকা মতে এন আই এৰ তদন্তত পেহেলগাম কাণ্ডৰ প্ৰসংগত পাকিস্তানৰ ষড়যন্ত্ৰ থকাৰ কথা পোহৰলৈ আহিছে(Pahalgam Terror Attack Case)।

বিজেপি নেতৃত্বাধীন চৰকাৰ শাসিত মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে কৃষকৰ মৃত্যুৰ সংখ্যা সৰ্বাধিক-Highest Farmer Suicides

ঋণৰ বোজা, অনাবৃষ্টি, শস্য নষ্ট হোৱা আদি বিভিন্ন কাৰণত বিজেপি নেতৃত্বাধীন চৰকাৰ শাসিত মহাৰাষ্ট্ৰত কৃষকে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। চলিত বৰ্ষৰ ৯টা মাহত (জানুৱাৰীৰ পৰা চেপ্টেম্বৰ পৰ্যন্ত) ৭৮১ জন কৃষকৰ…

মধ্য অসমত তিনিদিনীয়াকৈও চলিব উচ্ছেদ, কিন্তু নাভাঙে ঘৰ বাৰী – Three Day Eviction Drive in Nagaon

মঙলবাৰে মধ্য অসমত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান(Three Day Eviction Drive in Nagaon)। কিন্তু নাভাঙে এটাও ঘৰ বাৰী, তেন্তে উচ্ছেদ হ’ব।

Nitin Navin Appointed National Working President of BJP

দেশৰ অন্যতম বৃহৎ দল বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি পদত নিতিন নবীন

দেশৰ অন্যতম বৃহৎ দল ভাৰতীয় জনতা পাৰ্টিৰ ( BJP ) ৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি পদত অধিষ্ঠিত হৈছে বিহাৰ চৰকাৰৰ মন্ত্ৰী নিতিন নবীন।

Veteran Journalist Prafulla Govinda Baruah Passes Away at 94

বিশিষ্ট সাংবাদিক প্রফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান

বিশিষ্ট সাংবাদিক প্রফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান । দ্য আছাম ট্রিবিউন কাকতৰ পৰিচালন সঞ্চালক আছিল বৰুৱা । আছাম ট্রিবিউন গোষ্ঠীৰ অন্যতম পুৰোধা আছিল বৰুৱা ।

Amit Shah to Inaugurate Batadrava Cultural Project in Assam

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প। উদ্ধোধনৰ পূৰ্বে প্ৰকল্প পৰিদৰ্শন অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ।

Tribute to Freedom Fighter Martyr Manbar Nath at Raha

ৰহাত বিয়াল্লিছৰ স্বহীদ মনবৰ নাথক সোঁৱৰণ

ৰহাত বিয়াল্লিছৰ স্বহীদ মনবৰ নাথক সোঁৱৰণ । স্বাধীনতা সংগ্ৰামীগৰাকীৰ সোঁৱৰণত আয়োজিত অনুষ্ঠানটিত উন্মোচন এমুঠি গীতৰ এলবাম " মানৱতাৰ গান " ।

From Nagaland to Bollywood: Carol Andrea Kevichusa Shines in The Family Man 3

ফেমেলী মেন ৩ ৰ নিমাৰ চৰিত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ক্যাৰোল আন্দ্ৰেয়া কেভিচুচা – Carol Andrea Kevichusa

এই ৱেৱ চিৰিজখনৰে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ হৈছে নিমা।নিমা এগৰাকী বিদ্ৰোহী যুৱতী। বিদ্ৰোহী যুৱতী 'নিমা'ৰ চৰিত্ৰত অনবদ্য অভিনয় কৰিছে ক্যাৰোল আন্দ্ৰেয়া কেভিচুচাই (Carol Andrea Kevichusa ) নামৰ উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী যুৱতীয়ে।