Tata Ernakulam Express Fire: অন্ধ্ৰ প্ৰদেশত ভয়ংকৰ ৰে’ল দুর্ঘটনা, দুটা ডবা সম্পূৰ্ণৰূপে ভস্মীভূত, ১ জনৰ মৃত্যু
অন্ধ্ৰ প্ৰদেশৰ অনাকাপল্লীৰ সমীপত চলন্ত টাটা–এৰ্ণাকুলম এক্সপ্ৰেছৰ B1 আৰু M2 ডবাত ভয়ংকৰ আগ্নিকাণ্ড(Tata Ernakulam Express Fire)। এজন যাত্ৰীৰ মৃত্যু, ফৰেনচিকৰ তদন্ত আৰম্ভ।











