Violence Against Minorities in Bangladesh: ডিপু দাসৰ নৃশংস হত্যাক লৈ বাংলাদেশক কঠোৰ ভাষাৰে নিন্দা ভাৰত চৰকাৰৰ
বাংলাদেশত ডিপু দাস নামৰ যুৱকজনৰ নৃশংস হত্যাক লৈ ভাৰত চৰকাৰৰ তীব্ৰ প্ৰতিক্ৰিয়া। অন্তৱৰ্তী চৰকাৰৰ কাৰ্যকালত ২,৯০০ৰো অধিক সংখ্যালঘু নিৰ্যাতনৰ ঘটনা প্ৰকাশ।- Violence Against Minorities in Bangladesh











