Batadrava Cultural Project: ১ ফেব্ৰুৱাৰীত দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ব বটদ্ৰৱা প্ৰকল্প
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই পৰিচালনা কৰিব আবিৰ্ভাৱ ক্ষেত্ৰত। দৰ্শনাৰ্থীৰবাবে কেতবোৰ নিয়ম বলবৎ প্ৰশাসনৰ। নিয়ম নামানিলে ভৰিব লাগিব জৰিমনা। কি কি নীতি নিয়ম আছে জানি লওঁক। Batadrava Cultural Project

