Elephant Train Accident Assam: ৩৫ কিলোমিটাৰ দূৰত্বত ৯ বছৰত ১৫ টা বন্যহস্তীৰ মৃত্যু
ভয়ংকৰ তথ্য। নগাঁও জিলাৰ কামপুৰ-চাংজুৰাই-পটিয়াপাম অঞ্চলত ৯ বছৰত ৰেলৰ খুন্দাত ১৫ টা বন্যহস্তীৰ মৃত্যু(Elephant Train Accident Assam) । বন-বিভাগ আৰু ৰেল বিভাগৰ সমন্বয়ৰ অভাব উন্মোচিত। জ্যেষ্ঠ সাংবাদিক চন্দনজ্যোতি বৰাৰ বিশেষ…










