Osman Hadi murder case: ওচমান হাদিৰ হত্যাকাৰীক সহায় কৰা দুজনক মেঘালয় আৰক্ষীৰ আটক- বাংলাদেশ আৰক্ষীৰ দাবী
বাংলাদেশ আৰক্ষীয়ে ওচমান হাদিৰ হত্যাকাৰীক পলায়নত সহায় কৰা দুজনক মেঘালয় আৰক্ষীয়ে আটক কৰা বুলি দাবী কৰিছে(Osman Hadi murder case)। কিন্তু এই দাবীক মেঘালয় আৰক্ষী আৰু BSF-এ স্পষ্টভাৱে অস্বীকাৰ কৰিছে।











