সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিজেপি যোগদানে জ্বলাইছে নগাঁও জিলা
সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিজেপি যোগদানক কেন্দ্ৰ কৰি নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। ক্ষোভিত কংগ্ৰেছ কৰ্মীয়ে জ্বলালে সাংসদ বৰদলৈৰ বেনাৰ পোষ্টাৰ। নগাঁও লোকসভা সমষ্টিলৈ তেওঁক আনি কৰা পাপৰ ফল মই…
ৰন্ধন গেছৰ সমস্যা: নগাঁও প্ৰশাসনে ফোনযোগে ল’ব গ্ৰাহকৰ অভিযোগ
নগাঁৱত গেছ ছিলিণ্ডাৰ সন্দৰ্ভত যিকোনো অভিযোগ দিব পাৰিব গ্ৰাহকে। জিলা প্ৰশাসনে মুকলি কৰিছে টল ফ্ৰী নম্বৰ।- LPG Gas Complaint Nagaon
নগাঁও জিলাৰ ভোটিং মেচিনৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
নগাঁৱত ই.ভি.এম. আৰু ভি.ভি.পেট ৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়া সম্পন্ন। ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত সম্পন্ন ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়া।- Nagaon EVM Randomization
এআইইউডিএফৰ দ্বিতীয়খন তালিকা প্ৰকাশ
এআইইউডিএফৰ দ্বিতীয়খন তালিকা প্ৰকাশ। গৃহ সমষ্টি বিন্নাকান্দিত প্ৰতিদ্বন্দ্বিতা কৰিব মৌলানা বদৰুদ্দিন আজমলে। চেঙাত আশ্ৰাফুল, ধুবুৰীত নজৰুল, ৰহাত মুকুট দাসক প্ৰাৰ্থিত্ব।-AIUDF Candidate List 2026
অসম জাতীয় পৰিষদৰ ৮ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা
অসম জাতীয় পৰিষদৰ ৮ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা। খোৱাঙৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লুৰীণজ্যোতি গগৈয়ে।- Assam Assembly Election 2026
এন ডি এ ত ভাঙোনঃ ওলাই আহিৰ ইউ পি পি এল
এন ডি এ ত ভাঙোন। ওলাই আহিৰ ইউ পি পি এল ।বিজেপিৰ গোপন কাৰ্যসূচী হৈছে অনুসূচিত জাতি অথবা অনুসূচিত জনজাতিৰ সংৰক্ষণ উঠাই দিয়াঃইউ পি পি এলৰ কেন্দ্ৰীয় উপ-সভাপতি ডঃ আৰ…
কংগ্ৰেছ চৰকাৰক সমালোচনা কৰিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বৰ কাৰ্যকালকে সমালোচনা কৰিগতে গৃহমন্ত্ৰীয়েঃ পৱন খেৰা
কংগ্ৰেছ চৰকাৰক সমালোচনা কৰিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বৰ কাৰ্যকালকে সমালোচনা গৃহমন্ত্ৰীৰ। গৃহমন্ত্ৰী অমিত শ্বাহে পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিগ্ৰস্ত বুলি প্ৰমাণিত কৰিথৈ গ'লঃ কংগ্ৰেছ নেতা পৱন খেৰা।-Himanta…
নগাঁও জিলাত ১৮৬৮ টা ভোট কেন্দ্ৰত অনুষ্ঠিত হব ভোটগ্ৰহণ
নগাঁও জিলাত ১৮৬৮ টা ভোট কেন্দ্ৰত অনুষ্ঠিত হব ভোটগ্ৰহণ। ১৫৯ টা ভোট কেন্দ্ৰ চিহ্নিত ক্ৰিটিকেল।- Nagaon Assembly Election 2026
স্বাধীনতাৰ পূৰ্বেই তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত নগাঁৱৰ পূর্ণচন্দ্ৰ শৰ্মাৰ বিষয়ে জানো আহক
মহাত্মা গান্ধীৰ অহিংস নীতিত বিশ্বাসী পূর্ণচন্দ্র শৰ্মা স্বাধীনতাৰ পূৰ্বেই তিনিবাৰকৈ নিৰ্বাচিত হৈছিল বিধায়ক হিচাপে। যাৰ সমগ্ৰ জীৱনেই আছিল আদর্শস্বৰূপ। সেইগৰাকী পূর্ণচন্দ্ৰ শৰ্মাৰ বিষয়ে জানো আহক।- Purna Chandra Sharma
ধুবুৰী কংগ্ৰেছত প্ৰাৰ্থিত্বক লৈ গৃহকন্দল: ‘স্বঘোষিত’ প্ৰাৰ্থীৰ দপদপনিৰ মাজত তৃণমূলৰ আশাৰ ৰেঙণি ৰেজাউল ইছলাম
ধুবুৰী কংগ্ৰেছত প্ৰাৰ্থিত্বক লৈ গৃহকন্দল । তৃণমূল কৰ্মীৰ সমৰ্থনত ধুবুৰী বিধানসভা সমষ্টিৰ বাবে আগবাঢ়িছে ৰেজাউল ইছলামে( ৰিংকু)- Dhubri Congress Ticket
আছিফ নাজাৰৰ প্ৰাৰ্থীত্বৰ বিৰোধীতাৰে পত্ৰ প্ৰেৰণৰ পাছত দিল্লীলৈ ৰাওনা প্ৰদ্যুৎ বৰদলৈ
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙলৈ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পত্ৰ প্ৰেৰণ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ। লাহৰীঘাট সমষ্টিত ডাঃ আছিফ নাজাৰক প্ৰাৰ্থিত্ব প্ৰদানৰ বিৰোধিতা। দিল্লীলৈ…
নগাঁৱত “ভূপেন হাজৰিকা কলাতীৰ্থ” মুকলি
নগাঁৱত সুধাকণ্ঠৰ নামত মুকলি কলাতীৰ্থ। বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত ৰাইজৰ বাবে মুকলি ভূপেন হাজৰিকা কলাতীৰ্থ।- Bhupen Hazarika Kalakshetra Nagaon











